Source Indranee Sharma Facebook:
সকলো নদী জানো সাগৰত মিলিবগৈ পাৰে?
বাটৰ পাহাৰ, শিল, বৰগছৰ লগত যুঁজিব নোৱাৰি
কেতিয়াবা নদীয়েও বাট সলায়..
কেতিয়াবা নিজৰ মাজতে শুকাই যায়..
আৰু কেতিয়াবা?
আৰু কেতিয়াবা নিজৰ পৰাই বিচ্ছিন্ন হৈ এৰা সুঁতি হৈ থাকি যায়…
তথাপি সেই নদীৰ বুকুত বৈ থাকে সাগৰ দেখাৰ সপোন!
প্ৰত্যেক জাক বৰষুণৰ সৈতে নামি আহে যি..
দেহ পুৰি নিয়া ৰ’দত ক্ষণ গণি গণি মৰি যায় সি..
তথাপি শেষ নহয় সাগৰ হোৱাৰ হেঁপাহ..
ফুলি থাকে মিলনৰ হাবিয়াস.. এপাহ.. দুপাহ!

ABELI NOVEL IN ASSAMESE BY IND...
error: Content is protected !!