লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Lakshminath Bezbaroa; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে ৷ সাহিত্যিক জীৱন : বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল৷ সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়৷ সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা" নামে এখন সভা স্থাপন কৰে৷ এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে৷ এই 'জোনাকী'ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনত মনোনিবেশ কৰে৷ জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত 'লিতিকাই' নামৰ প্ৰথম প্ৰহসন প্ৰকাশ কৰে৷ ইয়াৰ পিছত তেওঁ নিৰবিচ্চিন্নভাৱে অসমীয়া সাহিত্যৰ সকলো দিশতে জোনাকীকে ধৰি সেই সময়ত আৰু তাৰ পাছত অসমীয়া ভাষাত প্ৰকাশ পোৱা সকলো আলোচনী, সংবাদপত্ৰত সাহিত্য সাধনা কৰি যায়৷ 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত প্ৰকাশ কৰা 'বাঁহী' অলোচনীৰ প্ৰতিস্থা আৰু সম্পাদনা কৰে৷ বাঁহীৰ পাততেই সাহিত্যিক বেজবৰুৱা পূৰ্ণ হৈ উঠিল৷ বাঁহীৰ উপৰিও বেজবৰুৱাই সমসাময়িক চেতনা, আলোচনী, জন্মভূমি, মিলন, অসম সাহিত্য সভা প্ৰত্ৰিকা, অৰুণ, আৱাহন, বৰদৈচিলা, ন-জোন, জয়ন্তী, দৈনিক বাতৰি, অসম বন্তি আদি বিভিন্ন কাকত-আলোচনীত নিজৰ সৃষ্টিশীল লেখনি প্ৰকাশ কৰিছিল৷
Showing 1–24 of 27 results
ADHUNIK ASAMIYA SAHITYAR AGRADUT LAKSHMINATH BEZBARUA আধুনিক অসমীয়া সাহিত্যৰ অগ্ৰদূত লক্ষ্মীনাথ বেজবৰুৱা (প্ৰথম খণ্ড) মুখ্য সম্পাদক শৈলেনজিৎ শৰ্মা প্ৰকাশক : অশোক বুক ষ্টল
আধুনিক অসমীয়া সাহিত্যৰ অগ্ৰদূত
লক্ষ্মীনাথ বেজবৰুৱা (প্ৰথম খণ্ড)
মুখ্য সম্পাদক
শৈলেনজিৎ শৰ্মা
প্ৰকাশক : অশোক বুক ষ্টল
প্ৰথম প্ৰকাশ : অক্টোবৰ, ২০১৪
Regular Price Rs. 400 Sale Price Rs. 360
Banhi
BanhiAuthor : Edited by Lakshminath BezbaroaPublisher : Publication Board Assam.Rs : 800Banhi: A collection of the Assamese monthly literary magazine from the 3rd to 6th year (vol III-VI) edited by Lakshminath Bezbaroa, compiled and edited by Laxmi Nath Tamuly and published by Dr. Rafiquz Zaman, IAS, Secretary, Publication Board Assam.
800.00Read more
BEZBAROA RACHANAVALI VOLUME-I EDITED BY : DR. NAGEN SAIKIA বেজবৰুৱা ৰচনাৱলী VOLUME-I সম্পাদনা : নগেন শইকীয়া (BANALATA)
Banalata Publication, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা, Nagen Saikia নগেন শইকীয়া, Rachanavali ৰচনাৱলী
বেজবৰুৱা ৰচনাৱলী VOLUME-Iসম্পাদনা : নগেন শইকীয়াBOOK NAME: BEZBAROA RACHANAVALI VOLUME-IEDITED BY : DR. NAGEN SAIKIAPUBLISHED BY : ANANTA HAZARIKAPUBLICATION : BANALATAPRINTED AT : SARAIGHAT PHOTOTYPES PVT. LTD.LANGUAGE: ASSAMESERS. 500
BEZBAROA RACHANAVALI VOLUME-II EDITED BY : DR. NAGEN SAIKIA বেজবৰুৱা ৰচনাৱলী VOLUME-II সম্পাদনা : নগেন শইকীয়া (BANALATA)
Banalata Publication, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা, Nagen Saikia নগেন শইকীয়া, Rachanavali ৰচনাৱলী
বেজবৰুৱা ৰচনাৱলী VOLUME-IIসম্পাদনা : নগেন শইকীয়াBOOK NAME: BEZBAROA RACHANAVALI VOLUME-IIEDITED BY : DR. NAGEN SAIKIAPUBLISHED BY : ANANTA HAZARIKAPUBLICATION : BANALATAPRINTED AT : SARAIGHAT PHOTOTYPES PVT. LTD.LANGUAGE: ASSAMESERS. 500
BEZBAROA RACHANAVALI VOLUME-III EDITED BY : DR. NAGEN SAIKIA বেজবৰুৱা ৰচনাৱলী সম্পাদনা : নগেন শইকীয়া (BANALATA)
Banalata Publication, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা, Nagen Saikia নগেন শইকীয়া, Rachanavali ৰচনাৱলী
বেজবৰুৱা ৰচনাৱলী VOLUME-IIIসম্পাদনা : নগেন শইকীয়াBOOK NAME: BEZBAROA RACHANAVALI VOLUME-IIIEDITED BY : DR. NAGEN SAIKIAPUBLISHED BY : ANANTA HAZARIKAPUBLICATION : BANALATAPRINTED AT : SARAIGHAT PHOTOTYPES PVT. LTD.LANGUAGE: ASSAMESERS. 500
BEZBAROA RACHANAVALI VOLUME-IV EDITED BY : DR. NAGEN SAIKIA বেজবৰুৱা ৰচনাৱলী VOLUME-IV সম্পাদনা : নগেন শইকীয়া (BANALATA)
Banalata Publication, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা, Nagen Saikia নগেন শইকীয়া, Rachanavali ৰচনাৱলী
বেজবৰুৱা ৰচনাৱলী VOLUME-IVসম্পাদনা : নগেন শইকীয়াBOOK NAME: BEZBAROA RACHANAVALI VOLUME-IVEDITED BY : DR. NAGEN SAIKIAPUBLISHED BY : ANANTA HAZARIKAPUBLICATION : BANALATAPRINTED AT : SARAIGHAT PHOTOTYPES PVT. LTD.LANGUAGE: ASSAMESERS. 500
BEZBAROA RACHANAVALI VOLUME-V EDITED BY : DR. NAGEN SAIKIA বেজবৰুৱা ৰচনাৱলী VOLUME-V সম্পাদনা : নগেন শইকীয়া (BANALATA)
Banalata Publication, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা, Nagen Saikia নগেন শইকীয়া, Rachanavali ৰচনাৱলী
বেজবৰুৱা ৰচনাৱলী VOLUME-Vসম্পাদনা : নগেন শইকীয়াBOOK NAME: BEZBAROA RACHANAVALI VOLUME-VEDITED BY : DR. NAGEN SAIKIAPUBLISHED BY : ANANTA HAZARIKAPUBLICATION : BANALATAPRINTED AT : SARAIGHAT PHOTOTYPES PVT. LTD.LANGUAGE: ASSAMESERS. 500
BEZBAROA RACHANAVALI VOLUME-VI EDITED BY : DR. NAGEN SAIKIA বেজবৰুৱা ৰচনাৱলী VOLUME-VI সম্পাদনা : নগেন শইকীয়া (BANALATA)
Banalata Publication, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা, Nagen Saikia নগেন শইকীয়া, Rachanavali ৰচনাৱলী
বেজবৰুৱা ৰচনাৱলী VOLUME-VIসম্পাদনা : নগেন শইকীয়াBOOK NAME: BEZBAROA RACHANAVALI VOLUME-VIEDITED BY : DR. NAGEN SAIKIAPUBLISHED BY : ANANTA HAZARIKAPUBLICATION : BANALATAPRINTED AT : SARAIGHAT PHOTOTYPES PVT. LTD.LANGUAGE: ASSAMESERS. 500
Bezbaroa Rachanawali, Vol-1 বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ড প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ড
সম্পাদনা সমিতি : ড° অমৰজ্যোতি চৌধুৰী
ড° ধ্ৰুৱজ্যোতি বৰা
ড° পৰমানন্দ মজুমদাৰ
অৰিন্দম বৰকটকী
সম্পাদক : নিত্য বৰা
সহযোগী সম্পাদক : সমীন্দ্ৰ হুজুৰি
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : 2014
Regular Price Rs. 400 Sale Price Rs. 360
BEZBAROA-KABITAR BASTABIKATA বেজবৰুৱাৰ কবিতাৰ বাস্তবিকতা যোগেন্দ্ৰনাৰায়ণ ভূঞা প্ৰকাশক : কথা পাব্লিকেশ্বন
বেজবৰুৱাৰ কবিতাৰ বাস্তবিকতা
যোগেন্দ্ৰনাৰায়ণ ভূঞা
প্ৰকাশক : কথা পাব্লিকেশ্বন
প্ৰথম প্ৰকাশ : মাৰ্চ, 2005
Regular Price Rs. 60 Sale Price Rs. 54
Bezbaroar Natak Aru Kabitar Bastabikata বেজবৰুৱাৰ নাটক আৰু কবিতাৰ বাস্তৱিকতা ড° যোগেন্দ্ৰ নাৰায়ণ ভূঞা প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
বেজবৰুৱাৰ নাটক আৰু কবিতাৰ বাস্তৱিকতা
ড° যোগেন্দ্ৰ নাৰায়ণ ভূঞা
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : 2013
Regular Price Rs. 75 Sale Price Rs. 67
Burhi Aair Sadhu বুঢ়ী আইৰ সাধু : শতবৰ্ষত সময়োপযোগী ৰূপত (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Banalata Publication, Children Literature সাধুকথা আৰু শিশু সাহিত্য, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা
বুঢ়ী আইৰ সাধু : শতবৰ্ষত সময়োপযোগী ৰূপত সম্পাদিত: লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনা : সমুদ্ৰ গুপ্ত কাশ্যপBurhi Aair Sadhu Author: Sahityarthi Lakshminath Bezbaroa Language: Assamese Publisher: Banalata Rs: 100
Buri Aair Sadhu: GRANDMOTHER’S TALES (ASSAM BOOK TRUST)
Assam Book Trust, Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা
Buri Aair Sadhu: Grandmother'Tales
Author: Lakshminath Bezbaroa
LANGUAGE: ENGLISH
Publication: Assam Book Trust
RS: 149
Kakadeuta Aru Nati Lora ককাদেউতা আৰু নাতিল’ৰা : লক্ষ্মীনাথ বেজবৰুৱা (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Banalata Publication, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা
ককাদেউতা আৰু নাতিল'ৰা : লক্ষ্মীনাথ বেজবৰুৱাKakadeuta Aru Nati-Lora
Author: Sahityarathi Lakshminath Bezbarua
Language: Assamese
Publisher: Banalata
Rs: 40
40.00Add to cart
KALANTARAR KANDARI কালান্তৰৰ কাণ্ডাৰী : বেজবৰুৱা বিষয়ক প্ৰবন্ধ সংকলন : ড° অনুৰাধা শৰ্মা (CHANDRA PRAKASH)
কালান্তৰৰ কাণ্ডাৰী : বেজবৰুৱা বিষয়ক প্ৰবন্ধ সংকলন : ড° অনুৰাধা শৰ্মাKALANTARAR KANDARIWritten by Dr. Anuradha SarmaLANGUAGE: ASSAMESEPublication: Chandra PrakashRS: 160
LAKHMINATH BEZBAROA GRANTHAWALI ( From Volume: 1 to Volume: 5 ) লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাৱলী (প্ৰথমৰ পৰা পঞ্চম খণ্ডলৈ) প্ৰকাশক : অশোক বুক ষ্টল
লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাৱলী (প্ৰথমৰ পৰা পঞ্চম খণ্ডলৈ)
প্ৰকাশক : অশোক বুক ষ্টল
প্ৰথম সংস্কৰণ : আগষ্ট, ২০১৯
Regular Price Rs. 2850 Sale Price Rs. 2565 (প্ৰথমৰ পৰা পঞ্চম খণ্ডলৈ)ISBN : 978-93-89491-26-5
LAKHMINATH BEZBAROA GRANTHAWALI ( From volume 1 to volume 5 )
Works of Lakhminath Bezbaroa
Edited by : Dr. Ramesh Pathak
and Published by Madhab Das on behalf of Ashok Book Stall
First Edition : August, 2019
Lakshminath Bezbarua লক্ষ্মীনাথ বেজবৰুৱা প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
লক্ষ্মীনাথ বেজবৰুৱা
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
চতুৰ্থ প্ৰকাশ : 2007
Regular Price Rs. 275 Sale Price Rs. 247
Lakshminath Bezbaruahr Gan Aaru Chabi লক্ষ্মীনাথ বেজবৰুৱাৰ গান আৰু ছবি : লোকনাথ গোস্বামী (AKHAR PRAKASH)
Lakshminath Bezbaruahr Gan Aaru Chabiলক্ষ্মীনাথ বেজবৰুৱাৰ গান আৰু ছবিলোকনাথ গোস্বামীWritten by Loknath GoswamiPublished by Bornali BorgohainLANGUAGE: ASSAMESEPublication: Akhar PrakashRS: 70
LAKSHMINATH লক্ষ্মীনাথ : মহেশ্বৰ নেওগ (CHANDRA PRAKASH)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Chandra Prakash, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা, Maheswar Neog মহেশ্বৰ নেওগ
লক্ষ্মীনাথ : মহেশ্বৰ নেওগ
LAKSHMINATH
AUTHOR: MAHESWAR NEOG
LANGUAGE: ASSAMESE
PUBLISHER: CHANDRA PRAKASH
RS: 160
MAHAPURUS SRI SANKARDEV ARU SRI MADHAVDEV মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ : লক্ষ্মীনাথ বেজবৰুৱা (LBS PUBLICATIONS-লয়াৰ্ছ বুক ষ্টল)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা, LBS Publications
মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ : লক্ষ্মীনাথ বেজবৰুৱাMAHAPURUS SRI SANKARDEV ARU SRI MADHAVDEVAuthor: Rasaraj Laksminath BezbaruahLANGUAGE: ASSAMESEPublication: LBS PUBLICATIONRS: 160
Mahapurus Sri Sri Sankardev Aru Sri Sri Madhavdev শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ : লক্ষ্মীনাথ বেজবৰুৱা (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Jyoti Prakashan, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা, Mahapurush Srimanta Sankard মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ : লক্ষ্মীনাথ বেজবৰুৱাMahapurus Sri Sri Sankardev Aru Sri Sri MadhavdevAUTHOR: SAHITYARATHI LAKSHMINATH BEZBARUAPublished by Sri Nagen SarmahPublication: Jyoti PrakashanLANGUAGE: ASSAMESERS: 1603RD EDITION: 2018.
MOR JIVAN-SOWARAN মোৰ জীৱন-সোঁৱৰণ : লক্ষ্মীনাথ বেজবৰুৱা (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Jyoti Prakashan, Lakshminath Bezbaroa লক্ষ্মীনাথ বেজবৰুৱা
মোৰ জীৱন-সোঁৱৰণ : লক্ষ্মীনাথ বেজবৰুৱা
MOR JIVAN-SOWARAN
Author: Lakshminath Bezbaroa
Language: Assamese
Publisher: Jyoti Prakashan Regular Price Rs. 130 Sale Price Rs. 117
OLD MOTHER’S WISH TALES : Lakshminath Bezbaruah (LBS PUBLICATIONS-লয়াৰ্ছ বুক ষ্টল)
OLD MOTHERS WISE TALES : Lakshminath BezbaruahTRANSLATED BY NRIPEN DUTTA BARUAHLANGUAGE : ASSAMESEPublication : LBS PUBLICATION RS : 160
Showing 1–24 of 27 results
Product categories
PUBLICATION WISE BOOKS
- AALIBAAT PRAKASHAN আলিবাট প্ৰকাশন
- AANK-BAAK আঁক-বাক
- AKHAR PRAKASH আখৰ প্ৰকাশ
- Ashok Book Stall অশোক বুক ষ্টল
- ASSAM BOOK HIVE অসম বুক হাইভ
- ASSAM BOOK TRUST অসম বুক ট্ৰাষ্ট
- ASSAM PUBLISHING COMPANY অসম পাবলিচিং কোম্পানী
- ASSAM RECRUITMENT EXAMINATION BOOKS
- BANALATA PRAKASHAN বনলতা প্ৰকাশন
- BANDHAV বান্ধৱ প্ৰকাশন
- BANI MANDIR বাণী মন্দিৰ
- BANPHOOL PRAKASHAN বনফুল প্ৰকাশন
- BHABANI BOOKS
- BINA LIBRARY বীণা লাইব্ৰেৰী
- CHANDRA PRAKASH চন্দ্ৰ প্ৰকাশ
- Competitive Examination Books
- DICTIONARY অভিধান
- Entrance Examination Books
- JAGARAN SAHITYA PRAKASHAN জাগৰণ সাহিত্য প্ৰকাশন
- JOURNAL EMPORIUM
- JYOTI PRAKASHAN জ্যোতি প্ৰকাশন
- KATHA PUBLICATION কথা পাব্লিকেশ্বন
- LBS PUBLICATIONS লয়াৰ্ছ বুক ষ্টল Lawyer’s Book Stall
- M R PUBLICATION
- NATIONAL BOOK TRUST নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া
- NCERT TEXTBOOKS
- NISTHA PRAKASHAN নিষ্ঠা প্ৰকাশন
- Novels
- Other Publications
- PANCHAJANYA BOOKS পাঞ্চজন্য বুকছ
- PARAG KUMAR DAS পৰাগ কুমাৰ দাস
- PAY NOW
- PUBLICATION BOARD ASSAM অসম প্ৰকাশন পৰিষদ
- PURBANCHAL PRAKASH পূৰ্বাঞ্চল প্ৰকাশ
- PURBAYON PUBLICATION পূৰ্বায়ণ প্ৰকাশন
- R. G. PUBLICATIONS
- REKHA PRAKASHAN ৰেখা প্ৰকাশন
- SAHITYA AKADEMI সাহিত্য অকাদেমি
- SARAIGHAT PRAKASHAN শৰাইঘাট প্ৰকাশন
- SCHOOL BOOKS
- Search Author Wise Books
- STUDENTS’ STORE ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
- Wishlist
- পুৰস্কাৰপ্ৰাপ্ত অসমীয়া কিতাপ
