Homen Borgohain Books
Homen Borgohain Books || Homen Borgohain is an Assamese writer and journalist. He was awarded the 1978 Sahitya Akademi Award for his novel Pita Putra.
হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain) অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হয়। জন্ম : ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়। ৰচনা শৈলী : "পঞ্চাশৰ দশকৰ পৰাই কবিতা, গল্প, উপন্যাস, বিভিন্ন ৰচনা আদিৰে এইজনা সাহিত্যিকে বিভিন্নজনৰ মানসিক পৰিপুষ্টি সাধন কৰি আহিছে।"- ড° নমিতা ডেকা (হোমেন বৰগোহাঞিৰ সন্ধানত)। লেখক হিচাপে বা মানুহ হিচাপে যাৰ আছে এক অগতানুগতিক ব্যক্তিত্ব আৰু এক ব্যতিক্ৰম। আৰু ব্যতিক্ৰমে সদায়েই মন আৰু চকু দুয়োটাকে আকৰ্ষণ কৰে৷ বৰগোহাঞিৰ সাহিত্য-সৃষ্টিৰ কোনো দিশেই গতানুগতিক নহয়, ই নিত্য নতুন। ৰচনাশৈলী, শব্দ-সংযোজনা, বিষয়-বস্তুৰ উপস্থাপনা- এই সকলোবোৰতে প্ৰতীয়মান হৈছে৷ লেখক হিচাপে তেওঁ সফল৷ তেওঁৰ সাহিত্য প্ৰতিভাই অসমৰ প্ৰতিজন সাহিত্যপ্ৰেমীক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছে। "বিভিন্ন নৰক" নামৰ কিতাপ খনৰ কাৰনে চৰকাৰী চাকৰিৰ পৰা তেওঁ অব্যাহতি লবলৈ বাধ্যত পৰে । চাকৰিৰ পৰা ওলাই তেওঁ সাংবাদিক জীৱনৰ লগত সাঙুৰ খাই পৰে৷ তেওঁৰ কলমেদি কেবাখনো আত্মজীৱনীমুলক কিতাপ প্ৰকাশ পাইছে৷ প্ৰতিখন কিতাপতে এক সুকীয়া আমেজ দিবলৈ তেওঁ সক্ষম হৈছে।
Abishmaraniya Manuh, Gathona Aru Abhigyata অবিস্মৰণীয় মানুহ ঘটনা আৰু অভিজ্ঞতা : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
অবিস্মৰণীয় মানুহ ঘটনা আৰু অভিজ্ঞতা : হোমেন বৰগোহাঞি
Abishmaraniya Manuh, Gathona Aru Abhigyata
Author: Homen Borgohain
LANGUAGE: ASSAMESE
Publication: Student's Store
RS: 495
ADHUNIK JYUGAR JANMA KAHANI AUTHOR: HOMEN BORGOHAIN আধুনিক যুগৰ জন্ম কাহিনী : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
আধুনিক যুগৰ জন্ম কাহিনী : হোমেন বৰগোহাঞি
ADHUNIK JYUGAR JANMA KAHANI
AUTHOR: HOMEN BORGOHAIN
LANGUAGE: ASSAMESE
PUBLISHER: STUDENT'S STORE
RS: 60
Adinor Diary এদিনৰ ডায়েৰি : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
এদিনৰ ডায়েৰি : হোমেন বৰগোহাঞি
Adinor Diary
Author: Homen Borgohain
LANGUAGE: ASSAMESE
Publication: Student's Store
RS: 120
Antaheen Prerona অন্তহীন প্ৰেৰণা : হোমেন বৰগোহাঞি (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Banalata Publication, Homen Borgohain হোমেন বৰগোহাঞি
অন্তহীন প্ৰেৰণা : হোমেন বৰগোহাঞিAntaheen Prerona
Author: Homen Borgohain
Language: Assamese
Publisher: Banalata
Rs. 60
Asamiya Galpa-Sankalan(Vol.-III) অসমীয়া গল্প সঙ্কলন ( ৩য় খণ্ড ) সম্পাদনা : হোমেন বৰগোহাঞি (PUBLICATION BOARD ASSAM)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Homen Borgohain হোমেন বৰগোহাঞি, Publication Board Assam
অসমীয়া গল্প সঙ্কলন ( ৩য় খণ্ড )
সম্পাদনা : হোমেন বৰগোহাঞি
অসম প্ৰকাশন পৰিষদ
Asamiya Galpa-Sankalan Edition by Homen Bargohain Published by Dr. Rafiquz Zaman LANGUAGE:ASSAMESE Publication Board Assam RS:230 230.00Read more
ASOMBHABAK SAMBHAB KORAR SADHONA অসম্ভৱক সম্ভৱ কৰাৰ সাধনা হোমেন বৰগোহাঞি প্ৰকাশক : ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
অসম্ভৱক সম্ভৱ কৰাৰ সাধনা
হোমেন বৰগোহাঞি
প্ৰকাশক : ষ্টুডেণ্টচ্ ষ্ট'ৰচ্
প্ৰথম প্ৰকাশ : জুন, 2020
Regular Price Rs. 150 Sale Price Rs. 135
ISBN : 978-93-88458-65-8
Asomiya Galpa Sankalan Vol. 1 অসমীয়া গল্প সঙ্কলন ( প্ৰথম খণ্ড ) সম্পাদনা : হোমেন বৰগোহাঞি (PUBLICATION BOARD ASSAM)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Homen Borgohain হোমেন বৰগোহাঞি, Publication Board Assam
অসমীয়া গল্প সঙ্কলন ( প্ৰথম খণ্ড )
সম্পাদনা : হোমেন বৰগোহাঞি
অসম প্ৰকাশন পৰিষদ
Asomiya Galpa Sankalan AUTHOR: Homen Bargohain LANGUAGE: ASSAMESE Publication Board Assam Regular Price Rs. 150 Sale Price Rs. 135Assamor Sah Udyogor Akothit Kahani অসমৰ চাহ উদ্যোগৰ অকথিত কাহিনী : ঔপনিবেশিক শোষণৰ বিৰুদ্ধে শেষ সংগ্ৰাম : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
অসমৰ চাহ উদ্যোগৰ অকথিত কাহিনী : ঔপনিবেশিক শোষণৰ বিৰুদ্ধে শেষ সংগ্ৰাম : হোমেন বৰগোহাঞি
Assamor Sah Udyogor Akothit Kahani
Author: Homen Borgohain
LANGUAGE: ASSAMESE
Publication: Student's Store
RS: 80
ATMANUSANDHAN আত্মানুসন্ধান : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
আত্মানুসন্ধান
হোমেন বৰগোহাঞি
প্ৰকাশক : শ্ৰী অজয় কুমাৰ দত্ত
ষ্টুডেণ্টচ্ ষ্ট'ৰচ্
প্ৰথম প্ৰকাশ : ফেব্ৰুৱাৰী, ১৯৮৮
মূল্য : 275 টকাRS. 275ISBN : 81-85905-27-4
BENJAMIN FRANKLIN AUTHOR: HOMEN BORGOHAIN বেঞ্জামিন ফ্ৰেঙ্কলিন : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
বেঞ্জামিন ফ্ৰেঙ্কলিন : হোমেন বৰগোহাঞি
BENJAMIN FRANKLIN AUTHOR: HOMEN BORGOHAIN LANGUAGE: ASSAMESE PUBLISHER: STUDENT'S STORE RS: 60
Bharatiya Aru Europia Chintat Mritu ভাৰতীয় আৰু ইউৰোপীয় চিন্তাত মৃত্যু সংকলন/সম্পাদনা : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
ভাৰতীয় আৰু ইউৰোপীয় চিন্তাত মৃত্যু সংকলন/সম্পাদনা : হোমেন বৰগোহাঞি Bharatiya Aru Europia Chintat Mritu Author: Homen Borgohain LANGUAGE: ASSAMESE Publication: Student's Store RS: 280
Bibhinna Norok বিভিন্ন নৰক : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
বিভিন্ন নৰক : হোমেন বৰগোহাঞি
Bibhinna Norok
Author: Homen Borgohain
LANGUAGE: ASSAMESE
Publication: Student Store
RS: 75
BICHETRA ABHIGATYA ARU ANUBHUTI AUTHOR: HOMEN BORGOHAIN বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি : হোমেন বৰগোহাঞি
BICHETRA ABHIGATYA ARU ANUBHUTI AUTHOR: HOMEN BORGOHAIN LANGUAGE: ASSAMESE PUBLISHER: STUDENT'S STORE RS: 90
Borgohain Poriyalor Sahitya বৰগোহাঞি পৰিয়ালৰ সাহিত্য সংকলন আৰু সম্পাদনা : বিকাশজ্যোতি বৰুৱা (STUDENTS’ STORE)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Homen Borgohain হোমেন বৰগোহাঞি, Nirupama Borgohain নিৰূপমা বৰগোহাঞি, Students Store
হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি, অনিন্দা বৰগোহাঞি, ড° প্ৰদীপ্ত বৰগোহাঞি
বৰগোহাঞি পৰিয়ালৰ সাহিত্য (ভিন্নধৰ্মী লেখাৰ সন্মিলিত সংকলন)
সংকলন আৰু সম্পাদনা : বিকাশজ্যোতি বৰুৱা
Borgohain Poriyalor Sahitya
Homen Borgohain/Nirupama Borgohain/Anindya borgohain/Dr.Pradipta Borgohain
LANGUAGE: ASSAMESE
Publication: Student's Store
RS: 200
CHINTA TIRANGA AUTHOR: HOMEN BORGOHAIN চিন্তা-তৰঙ্গ : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
চিন্তা-তৰঙ্গ : হোমেন বৰগোহাঞি
CHINTA TIRANGA
AUTHOR: HOMEN BORGOHAIN
LANGUAGE: ASSAMESE
PUBLISHER: STUDENT'S STORE
RS: 130
CHITRAKHALA চিত্ৰশালা : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
চিত্ৰশালা : হোমেন বৰগোহাঞিCHITRAKHALAAuthor: Homen Borgohain LANGUAGE: ASSAMESEPublication: Student's storesRS: 110
Dhumuha Aru Ramdhenu ধুমুহা আৰু ৰামধেনু PART: I : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
ধুমুহা আৰু ৰামধেনু PART: I : হোমেন বৰগোহাঞি
Dhumuha Aru Ramdhenu
Author: Homen Borgohain
LANGUAGE: ASSAMESE
Publication: Student's Store
RS: 180
Dhumuha Aru Ramdhenu ধুমুহা আৰু ৰামধেনু PART: II : হোমেন বৰগোহাঞি (STUDENTS’ STORE)
ধুমুহা আৰু ৰামধেনু PART: II : হোমেন বৰগোহাঞি
Dhumuha Aru Ramdhenu
Author: Homen Borgohain
LANGUAGE: ASSAMESE
Publication: Student's Store
RS: 250
Dukhon Rajnoytik Upoynyakh: Kushilab Timirtirtha কুশীলৱ & তিমিৰতীৰ্থ : হোমেন বৰগোহাঞি : দুখন ৰাজনৈতিক উপন্যাস (STUDENTS’ STORE)
কুশীলৱ & তিমিৰতীৰ্থ : হোমেন বৰগোহাঞি : দুখন ৰাজনৈতিক উপন্যাস
Dukhon Rajnoytik Upoynyakh: Kushilab Timirtirtha
Author: Homen Borgohain
LANGUAGE: ASSAMESE
Publication: Student's Store
RS: 100