No products in the cart.
Return To ShopNo products in the cart.
Return To Shopসূৰ্যকুমাৰ ভূঞা (ইংৰাজী: Surjya Kumar Bhuyan)(১৮৯৪-১৯৬৪) অসমৰ এজন প্ৰ্সিদ্ধ গল্পকাৰ, প্ৰবন্ধকাৰ, কবি, বুৰঞ্জীবিদ তথা শিক্ষক আছিল। তেখেতে অসমীয়া সাহিত্য জগতত গল্প, প্ৰবন্ধ, জীৱনী আদি লিখি সমৃদ্ধিশালী কৰি থৈ গৈছে। তেখেত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাপক, ১৯৫৩ চনৰ অসম সাহিত্য সভাৰ সভাপতি হয় আৰু ১৯৫৬ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত হয়। ১৯৫২-৫৩ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। নগাওঁ জিলা বিভাজনৰ আগতে এই জিলাৰ পৰা অসম সাহিত্য সভালৈ নিৰ্বাচিত হোৱা সূৰ্যকুমাৰ ভূঞা আছিল সৰ্বপ্ৰথম ব্যক্তি।
© scientiabooks.in an online Book Store in Guwahati, Assam India.