No products in the cart.
Return To ShopNo products in the cart.
Return To Shopহেম বৰুৱা (ইংৰাজী: Hem Barua) (১৯১৫ - ১৯৭৭) অসমৰ এজন কবি আৰু ৰাজনীতিবিদ৷ হেম বৰুৱাৰ ২২ এপ্ৰিল ১৯১৫ চনত তেজপুৰত জন্ম হয়৷ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক জীৱন আৰম্ভ কৰা হেম বৰুৱাই ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালৰ পৰা এম.এ ডিগ্ৰী লাভ কৰে আৰু ১৯৪১ চনত অধ্যাপক হিচাপে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত যোগদান কৰে৷ কিন্তু তাৰ পিছৰ বছৰতে তেওঁ ভাৰত ত্যাগ আন্দোলনৰ কাৰণে চাকৰি ত্যাগ কৰে আৰু ১৯৪৩ চনত জেললৈ যাব লগা হয়৷ জেলৰ পৰা ওলোৱাৰ পিছত তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজত যোগদান কৰে৷ শেষত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেওঁ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল ৷
© scientiabooks.in an online Book Store in Guwahati.