মহিম বৰা (ইংৰাজী: Mahim Bora)(জন্ম: ১৯২৪) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ ৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে৷ তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে৷ কলং নদীৰ লগত মহিম বৰাৰ আজন্ম সম্পৰ্ক আছিল৷ সেয়ে তেওঁক 'কলংপৰীয়া কবি' আখ্যা দিয়া হয়৷ তেওঁ ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয় ৷ মহিম বৰাই স্নাতক পৰীক্ষা উত্তীৰ্ণৰ পাছতেই শিক্ষকাতকেই বৃত্তি হিচাপে গ্ৰহণ কৰে। ১৯৪৯ চনত কৰ্তব্যৰ খাতিৰত নগাঁও জিলাৰ কলিয়াবৰলৈ বদলি হৈ আহে আৰু ১৯৫০ চনত পুনৰ গুৱাহাটীলৈ যায়, গুৱাহাটীত কামৰূপ একাডেমীত শিক্ষকতা কৰাৰ উপৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গঞাৰ মেল অনুষ্ঠানৰ ধনবৰকাই হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। ১৯৫৩ চনত তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পাছৰ বছৰতে ১৯৫৪ চনৰ অক্টোবৰ মাহত নগাঁও মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু তেতিয়াৰে পৰা নগাঁৱতে স্থায়ী ভাবে থাকিবলৈ লয়। ১৯৫৬ চনত বৰাদেৱে নগাঁৱৰ পৰা প্ৰকাশ হোৱা সাহিত্য সংকলন অৰুণাচলৰ মূখ্য সম্পাদকৰ দায়িত্ব পালন কৰে।
Christi Aru Perona সৃষ্টি আৰু প্ৰেৰণা : মহিম বৰা (STUDENTS’ STORE)
সৃষ্টি আৰু প্ৰেৰণা : মহিম বৰা
Christi Aru Perona
Author: Mahim Bora
LANGUAGE: ASSAMESE
Publication: Student's Store
RS: 80
Edhani Mahir Hanhi এধানী মাহীৰ হাঁহি : মহিম বৰা (২০০১ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী) (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Award Winners Assamese Books পুৰস্কাৰপ্ৰাপ্ত অসমীয়া কিতাপ, Banalata Publication, Mahim Bora মহিম বৰা
এধানী মাহীৰ হাঁহি : মহিম বৰা Edhani Mahir Hanhi
Author: Mahim Bora
Language: Assamese
Publisher: Bnalata
Rs. 70 (২০০১ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী) মহিম বৰা এধানী মাহীৰ হাঁহি উপন্যাস
MOMAIR PADULIT BANDHILON GHORA মোমাইৰ পদূলিত বান্ধিলোঁ ঘোঁৰা : মহিম বৰা (BANALATA)
মোমাইৰ পদূলিত বান্ধিলোঁ ঘোঁৰা : মহিম বৰা MOMAIR PADULIT BANDHILON GHORA Author: Mahim Bora Language: Assamese Publisher: Banalata Regular Price Rs. 70 Sale Price Rs. 63
UPANYAS SAMAGRA : MAHIM BORA উপন্যাস সমগ্ৰ : মহিম বৰাৰ : পৰিকল্পনা, সংকলন আৰু সম্পাদনা : ড° ত্ৰিদিব গোস্বামী (CHANDRA PRAKASH)
উপন্যাস সমগ্ৰ : মহিম বৰাৰ : পৰিকল্পনা, সংকলন আৰু সম্পাদনা : ড° ত্ৰিদিব গোস্বামী
UPANYAS SAMAGRA
AUTHOR: MAHIM BORA
LANGUAGE: ASSAMESE
PUBLISHER: CHANDRA PRAKASH
Regular Price Rs. 400 Sale Price Rs. 360