No products in the cart.
Return To ShopNo products in the cart.
Return To Shopনিৰ্মলপ্ৰভা বৰদলৈ অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক৷ তেওঁ ৰচনা কৰা গীত আৰু কবিতাত অসমীয়া সমাজব্যৱস্থা প্ৰতিফলিত হোৱা দেখা যায়[উদ্ধৃতিৰ প্ৰয়োজন] । তেওঁ আছিল সাহিত্য বিষয়ত গবেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা । তেওঁ ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল । স্বীকৃতি আৰু সন্মান : ১৯৫৭ চনত শিশু সাহিত্যক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা ১৯৭৭ চনত "দিনৰ পিছত দিন" গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বঁটা ১৯৮৩ চনত "সুদীৰ্ঘ দিন আৰু ঋতু" কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা ১৯৮৭ চনত অসম সংস্কৃত সমাজৰ পৰা "সৰস্বতী" উপাধি লাভ ১৯৮৯ চনত গৱেষণা গ্ৰন্থ "দেৱী"ৰ বাবে অসম সাহিত্য সভাৰ বঁটা ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনৰ সভানেত্ৰী পদৰ সন্মান ২০০১ চনত প্ৰবীণা শইকীয়া বঁটা
© scientiabooks.in an online Book Store in Guwahati.