ড° হীৰেন গোহাঁই (হিন্দী: हीरेन गोहाँइ, ইংৰাজী: Hiren Gohain), অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এজন প্ৰতিষ্ঠিত সাহিত্যিক আৰু সমালোচক । ইয়াৰ উপৰিও তেখেত এজন কবি, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেখেত ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃ স্বৰ্গীয় মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ স্বৰ্গীয় শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল। উত্তৰ গুৱাহাটীত তেখেতৰ পৈত্ৰিক ঘৰ আছিল। ড° গোহাঁই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি কিছুবছৰ পূৰ্বে অৱসৰ লৈছে। সাংবাদিকৰূপে ড° হীৰেন গোহাঁই: ড° হীৰেন গোহাঁই সংবাদ সেৱাৰ লগতো জড়িত আছিল। বিভিন্ন বাতৰি কাকত আৰু আলোচনীৰ লগত তেখেত জড়িত। তেখেতে নতুন পৃথিৱী(১৯১৭-১৯৭৩), পদাতিক (১৯৭৪-১৯৭৭), কলাখাৰ (১৯৭৯-১৯৮২), সংকেত প্ৰভৃতি কেইবাখনো আলোচনী আৰু বাতৰি কাকত সম্পাদনা কৰিছিল । বঁটা: কমল কুমাৰী ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰদান কৰা কমল কুমাৰী বঁটা লাভ। "অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা" শীৰ্ষক গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড° হীৰেন গোহাঁইক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। উল্লেখিত গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিল।
Agnigarbha Asom Aru Subha Uttaranor Prachesta অগ্নিগৰ্ভা অসম আৰু শুভ উত্তৰণৰ প্ৰচেষ্টা ( দলিল সংকলন ) ড° হীৰেন গোহাঁই প্ৰকাশক : অশোক বুক ষ্টল
অগ্নিগৰ্ভা অসম আৰু শুভ উত্তৰণৰ প্ৰচেষ্টা
( দলিল সংকলন )
ড° হীৰেন গোহাঁই
প্ৰকাশক : অশোক বুক ষ্টল
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2010
Regular Price Rs. 160 Sale Price Rs. 144
Asom Andolan: Pratisruti Aru Phalasruti অসম আন্দোলন প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি সম্পাদনা : ড° হীৰেণ গোহাঁই & ড° দিলীপ বৰা (BANALATA)
অসম আন্দোলন প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি সম্পাদনা : ড° হীৰেণ গোহাঁই & ড° দিলীপ বৰা Asom Andolan: Pratisruti Aru Phalasruti
Edited by Dr. Hiren Gohain and Dr. Dilip Bora
published by Sri Ananta Hazarika
LANGUAGE: ASSAMESE
Regular Price Rs. 330 Sale Price Rs. 297
Botahot Kor Godhuli Gopal বতাহত ক’ৰ গধূলিগোপাল : ড° হীৰন গোহাঁই (BANALATA)
বতাহত ক'ৰ গধূলিগোপাল : ড° হীৰন গোহাঁই Botahot Kor Godhuli-Gopal
Author: Dr. Hiren Gohain
Published by Ananta Hazarika
LANGUAGE: ASSAMESE
Publication: Banalata Prakashan
RS: 220
Galpa Samagra গল্প সমগ্ৰ : মহিম বৰা সম্পাদনা : ড° হীৰেণ গোহাঁই (BANALATA)
গল্প সমগ্ৰ : মহিম বৰা
সম্পাদনা : ড° হীৰেণ গোহাঁই Galpa Samagra
Edited by Dr. Hiren Gohain
Published by Pradhyut Hazarika
LANGUAGE: ASSAMESE
Publication: Banalata
RS: 300
Hengul Akash, Kola Chaikel, Ejan Arohi হেঙুল আকাশ,ক’লা চাইকেল আৰু এজন আৰোহী : ড° হীৰেন গোহাঁই (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Autobiography আত্মজীৱনী, Banalata Publication, Hiren Gohain হীৰেন গোহাঁই
হেঙুল আকাশ,ক'লা চাইকেল আৰু এজন আৰোহী : ড° হীৰেন গোহাঁই Hengul Akash, Kola Chaikel, Ejan Arohi
Author: Dr. Hiren Gohain
Language: Assamese
Publisher: Banalata
Rs: 120
Hiren Gohain Rachanawali : Vol 2 হীৰেন গোহাঁই ৰচনাৱলী দ্বিতীয় খণ্ড বিষয় : সমাজ-সংস্কৃতি-ৰাজনীতি প্ৰকাশক : কথা পাব্লিকেশ্বন
হীৰেন গোহাঁই ৰচনাৱলী দ্বিতীয় খণ্ড
বিষয় : সমাজ-সংস্কৃতি-ৰাজনীতি
১৯৫০-২০১০ এই সময়ছোৱাত লিখা ড° হীৰেন গোহাঁইৰ সমাজ, সংস্কৃতি আৰু ৰাজনীতি বিষয়ক বিভিন্ন লেখাৰ একত্ৰ সংকলন। লগতে, আত্মজীৱনীৰ প্ৰথম তিনিটা খণ্ড আৰু আত্মজীৱনীমূলক লেখাসমূহ সামৰি।
প্ৰকাশক : কথা পাব্লিকেশ্বন
প্ৰথম প্ৰকাশ : 2014
Regular Price Rs. 1500 Sale Price Rs. 1275
Hiren Gohain Rachanawali : Vol. 1 হীৰেন গোহাঁই ৰচনাৱলী প্ৰথম খণ্ড : বিষয় সাহিত্য প্ৰকাশক : কথা পাব্লিকেশ্বন
হীৰেন গোহাঁই ৰচনাৱলী প্ৰথম খণ্ড : বিষয় সাহিত্য
১৯৫০-২০০৮, এই সময়ছোৱাত লিখা ড° হীৰেন গোহাঁইৰ সাহিত্য-বিষয়ক বিভিন্ন ৰচনা - প্ৰবন্ধ, গ্ৰন্থ-সমালোচনা, পাতনি, ভাষণ, কথোপকথনৰ একত্ৰ সংকলন। লগতে, স্বৰাজোত্তৰ অসমীয়া সাহিত্যৰ নেতৃস্থানীয় সমালোচকগৰাকীৰ এটা বিশেষ লেখা 'সমালোচকৰ জবানবন্দী'ক সামৰি।
সম্পাদক : শোণিত বিজয় দাস আৰু মুনীন বায়ন
প্ৰকাশক : কথা পাব্লিকেশ্বন
প্ৰথম প্ৰকাশ : 2009
Regular Price Rs. 1500 Sale Price Rs. 1275
Jyotiprasad Rachanawali
Jyotiprasad Rachanawali Edited by Dr. Hiren Gohain, Dr. Paramananda Mazumdar and Samindra Hujuri Published by Sadananda Gogoi, Secretary, Publication Board Assam. Rs. 800
800.00 Read more
Lost Luggage লস্ত লাগিজ্ : ড° হীৰেন গোহাঁই (JYOTI PRAKASHAN)
লস্ত লাগিজ্ : ড° হীৰেন গোহাঁই
Lost Luggage
Author: Dr. Hiren Gohain
Published by Sri Nagen sarma
LANGUAGE: ASSAMESE
Publication: Jyoti Prakashan
RS: 40
40.00 Read more
Nirbachit Samalochana নিৰ্বাচিত সমালোচনা ড° হীৰেন গোহাঁই প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
নিৰ্বাচিত সমালোচনা
ড° হীৰেন গোহাঁই
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : ডিছেম্বৰ, 2007
Regular Price Rs. 200 Sale Price Rs. 180
Paramparaaru Adhunikata পৰম্পৰা আৰু আধুনিকতা : ড° হীৰেন গোহাঁই (BANALATA)
পৰম্পৰা আৰু আধুনিকতা : ড° হীৰেন গোহাঁই
Paramparaaru Adhunikata
Author: Dr. Hiren Gohain
Language: Assamese
Publisher: Banalata
Rs: 170
PROGOTIR SONGRAM ARU ASTITTVAR CHANDA প্ৰগতিৰ সংগ্ৰাম আৰু অস্তিত্বৰ ছন্দ : ড° হীৰেন গোহাঁই (BANALATA)
প্ৰগতিৰ সংগ্ৰাম আৰু অস্তিত্বৰ ছন্দ : ড° হীৰেন গোহাঁই
PROGOTIR SONGRAM ARU ASTITTVAR CHANDA
Author: Dr. Hiren Gohain
Language: Assamese
Publisher: Banalata
Rs: 150
Sainik Silpi Bishnu Rava সৈনিক শিল্পী বিষ্ণুৰাভা : সম্পাদনা : ড° হীৰেণ গোহাঁই (JOURNAL EMPORIUM)
সৈনিক শিল্পী বিষ্ণুৰাভা : সম্পাদনা : ড° হীৰেণ গোহাঁই Sainik Silpi Bishnu Rava
Editor Dr. Hiren Gohain
Published by Surendra Baishya
LANGUAGE: ASSAMESE
Publication: Journal Emporium
RS: 110
110.00 Read more
SAPONAR DIKCHOW BANAT সপোনৰ দিক্চৌ বনত : পৰিবৰ্ধিত দ্বিতীয় সংস্কৰণ : ড° হীৰেত গোহাঁই (JYOTI PRAKASHAN)
সপোনৰ দিক্চৌ বনত : পৰিবৰ্ধিত দ্বিতীয় সংস্কৰণ : ড° হীৰেত গোহাঁই
SAPONAR DIKCHOW BANAT
Author: Dr. Hiren Gohain
Language: Assamese
Publisher: Jyoti Prakashan
Rs: 150
STRUGGLING IN A TIME WARP : Hiren Gohain (BHABANI BOOKS)
STRUGGLING IN A TIME WARP
Essays and Observations on the Northeast's History and Politics with Particular Reference to Assam
Hiren Gohain
Published & Printed by : BHABANI BOOKS
First published : December, 2019
Price : 650.00
Regular Price Rs. 650 Sale Price Rs. 599
ISBN : 978-93-87494-34-3
Tejor Akhore Lekha তেজৰ আখৰে লেখা : হীৰেণ গোহাঁই (STUDENTS’ STORE)
তেজৰ আখৰে লেখা : হীৰেণ গোহাঁই
Tejor Akhore Lekha
Author: Hiren Gohain
LANGUAGE: ASSAMESE
Publication: Student's Store
RS: 160
THE NEW MILLENNIUM PRONOUNCING ANGLO-ASSAMESE DICTIONARY EDITOR : HIREN GOHAIN (BANALATA)
BOOK NAME: THE NEW MILLENNIUM PRONOUNCING ANGLO-ASSAMESE DICTIONARY EDITOR : HIREN GOHAIN ASSISTANT EDITOR : BINOY MOHAN SAIKIA ORIGINALLY COMPILED BY : SIDDHARTHA BARUA PUBLISHED BY : BANALATA LANGUAGE: ANGLO-ASSAMESE RS. 400 ISBN: 81-7339-376-1
400.00 Add to cart
ইমান তিতা সাগৰৰ পানী আত্মজীৱনীৰ চতুৰ্থ ( পৰিবৰ্ধিত ) খণ্ড হীৰেন গোহাঁঁই প্ৰকাশক : শান্তি প্ৰকাশন ( Others )
ইমান তিতা সাগৰৰ পানী
আত্মজীৱনীৰ চতুৰ্থ ( পৰিবৰ্ধিত ) খণ্ড
হীৰেন গোহাঁঁই
প্ৰকাশক : শান্তি প্ৰকাশন ( Others )
প্ৰথম প্ৰকাশ : 2011
দ্বিতীয় প্ৰকাশ : 2013
Regular Price Rs. 300 Sale Price Rs. 270
ISBN : 819273666-2