নীলমণি ফুকন অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক ৷ তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায় ৷ তেখেতৰ উল্লেখযোগ্য কৰ্ম হ’ল সূৰ্য হেনো নামি আহে এই নদীয়েদি’, কবিতা, আৰু গোলাপী জামুৰ লগ্ন ৷
কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাদেমি বঁটা প্ৰদান কৰা হয়৷ ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে৷ ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাদেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাদেমিৰ ফেল’ ২০০২ চনত প্ৰদান কৰা হয়৷
Nilamani Phookan Rachanawali নীলমণি ফুকন ৰচনাৱলী ১৯৪৮-২০১২, এই সময়ছোৱাত প্ৰকাশিত নীলমণি ফুকনৰ কবিতা প্ৰকাশক : কথা পাব্লিকেশ্বন
নীলমণি ফুকন ৰচনাৱলী
১৯৪৮-২০১২, এই সময়ছোৱাত প্ৰকাশিত নীলমণি ফুকনৰ কবিতা, শিল্পী-সমালোচনামূলক প্ৰবন্ধ, অনুবাদ, ভাষণ আৰু আত্মজীৱনীমূলক ৰচনা আদিৰ একত্ৰ সংকলন
সম্পাদক : শোণিত বিজয় দাস আৰু মুনীন বায়ন
প্ৰকাশক : কথা
প্ৰথম প্ৰকাশ : 2012
Regular Price Rs. 1500 Sale Price Rs. 1275
Nilomani Phookanar Kobitar Nepathya নীলমণি ফুকনৰ কবিতাৰ নেপথ্য : প্ৰসংগ অনুষংগ উদ্ধৃতি উল্লেখেৰে কথোপকথন, অনুলিখন, সম্পাদনা : মৃদুল হালৈ (AANK-BAAK)
Aank Baak, Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Mridul Haloi মৃদুল হালৈ, Nilmani Phookan নীলমণি ফুকন
নীলমণি ফুকনৰ কবিতাৰ নেপথ্য : প্ৰসংগ অনুষংগ উদ্ধৃতি উল্লেখেৰে কথোপকথন, অনুলিখন, সম্পাদনা : মৃদুল হালৈ
Nilomani Phookanar Kobitar Nepathya
Nilamoni Phookan
Edited by Mridul Haloi
LANGUAGE: ASSAMESE
Publication: Other Publication
RS: 220
NILOMANI PHOOKANAR XAMPURNA KABITA BY : NILOMANI PHOOKAN নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা(AANK-BAAK)
নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা BOOK NAME: NILOMANI PHOOKANAR XAMPURNA KABITA WRITTEN BY : NILOMANI PHOOKAN PUBLISHED BY : SAUMITRA JOGEE PUBLICATION : AANK-BAAK LANGUAGE: ASSAMESE RS. 450 3RD EDITION : 2017 ISBN: 978-93-82726-09-8
PAHARIBA NOARILU JEE পাহৰিব নোৱাৰিলো যি : নীলমণি ফুকন (BANALATA)
পাহৰিব নোৱাৰিলো যি : নীলমণি ফুকন PAHARIBA NOARILU JEE Author: NILMANI PHOOKAN LANGUAGE: ASSAMESE Publication: BANALATA RS: 330