নগেন শইকীয়া (জন্ম:১৯৩৯ - )একেধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক। 'মিত-ভাষ' নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে৷ তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিবেশনত সভাপতিত্ব কৰিছিল । হাতীয়েখোৱা আৰু ঢেকীয়াল হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ৷ মাজতে কিছুদিন 'অসম বাতৰি'ৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ৷ ইয়াৰ পিছত ক্ৰমে ডিফু কলেজ, যোৰহাটৰ নিউ যোৰহাট কলেজ, আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যলয়ত অধ্যাপনা৷ ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপকৰূপে যোগদান আৰু ২০০২ চনত উক্ত বিভাগৰ প্ৰাধ্যাপক (সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন) ৰূপে অৱসৰ গ্ৰহণ৷ ২০০৩ চনত কেইমাহমানৰ বাবে 'নতুন দৈনিক' কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ৷ ২০০৪-০৬ বৰ্ষত 'আমাৰ অসম' কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ৷ ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ ৰাজ্যসভাৰ সদস্য৷
Asamiya Manuhar Itihas অসমীয়া মানুহৰ ইতিহাস : নগেন শইকীয়া প্ৰকাশক : কথা পাব্লিকেশ্বন
অসমীয়া মানুহৰ ইতিহাস
নগেন শইকীয়া
প্ৰকাশক : কথা পাব্লিকেশ্বন
প্ৰথম প্ৰকাশ : 2013
দ্বিতীয় প্ৰকাশ : 2016
Regular Price Rs. 1200 Sale Price Rs. 1020
Ek Obiroto Yatrar Pothik Dr. Nagen Saikia এক অবিৰত যাত্ৰাৰ পথিক ড° নগেন শইকীয়া সম্পাদক : ড° নীলাক্ষী ফুকন বৰগোহাঁই প্ৰকাশক : পূৰ্বাঞ্চল প্ৰকাশ
এক অবিৰত যাত্ৰাৰ পথিক ড° নগেন শইকীয়া
( ড° নগেন শইকীয়াৰ ৭৬ তম জন্ম দিৱস উপলক্ষে প্ৰণয়ন কৰা অভিনন্দন গ্ৰন্থ )
সম্পাদক : ড° নীলাক্ষী ফুকন বৰগোহাঁই
প্ৰকাশক : পূৰ্বাঞ্চল প্ৰকাশ
প্ৰথম প্ৰকাশ : 2014
Regular Price Rs. 250 Sale Price Rs. 225
Ramdhenur Sampadakiya : Birendra kumar Bhattacharyya ৰামধেনুৰ সম্পাদকীয় : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Banalata Publication, Birendra Kumar Bhattacharya বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, Nagen Saikia নগেন শইকীয়া
ৰামধেনুৰ সম্পাদকীয় : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য
Birendra kumar Bhattacharyya's Ramdhenur Sampadakiya
Edited by Dr. Nagen Saikia
Published by Sri Ananta Hazarika Publication: Banalata
LANGUAGE: ASSAMESE
Regular Price Rs. 120 Sale Price Rs. 108