পূৰবী বৰমুদৈ (জন্ম:৮ মে' ১৯৫০) অসমৰ এগৰাকী সাহিত্যিক। তেখেত মূলতঃ বুৰঞ্জীমূলক উপন্যাসৰ ৰচয়িতা । তেখেত সাহিত্য অকাডেমি বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত। কৰ্ম জীৱন : পূৰবী বৰমুদৈয়ে প্ৰথমে শিক্ষকৰ চাকৰি গ্ৰহণ কৰিছিল যদিও সাহিত্য চৰ্চাত একাণপতীয়াকৈ লগাৰ সুবিধাৰ্থে চাকৰি ত্যাগ কৰে। প্ৰথমে কবিতা ৰচনাৰে বৰমুদৈয়ে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তেখেতৰ গল্পই ১৯৬৭ চনত 'দৈনিক অসম'ৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। পূৰবী বৰমুদৈৰ প্ৰথম উপন্যাস 'গজৰাজ প্ৰেম আৰু বন্দীত্ব' প্ৰকাশ হয় ১৯৯৯ চনত আৰু তাৰ পাছৰেপৰাই বৰমুদৈৰ ৰচনাই ছিৰিয়াছ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে। ক্ৰমান্বয়ে তেখেতৰ কেইবাখনো উপন্যাস প্ৰকাশ পায়, ইয়াৰে ভিতৰত 'ৰূপোৱালী নৈ সোণোৱালী ঘাট', ১ লাখ ৮৫ হেজাৰ শব্দ আৰু ১০১-টা সৰু-বৰ চৰিত্ৰৰে এখন বৃহৎ কলেৱৰৰ উপন্যাস। ২০০৫ চনত পূৰবী বৰমুদৈৰ উপন্যাস 'শান্তনুকুলনন্দন' প্ৰকাশ পায়। এই গ্ৰন্থৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
Gajaraj, Prem aru Banditya গজৰাজ প্ৰেম আৰু বন্দীত্ব : পূৰবী বৰমুদৈ (JYOTI PRAKASHAN)
গজৰাজ প্ৰেম আৰু বন্দীত্ব : পূৰবী বৰমুদৈ
Gajaraj, Prem aru Banditya
LANGUAGE: ASSAMESE
Written by Purabi Barmudoi
Published by sri Nagen Sarmah,
Publication: Jyoti Prakashan
RS: 50
50.00 Read more
Rupowali Noir Sonowali Ghat ৰূপোৱালী নৈৰ : সোণোৱালী ঘাট : পূৰৱী বৰমুদৈ (BANALATA)
ৰূপোৱালী নৈৰ : সোণোৱালী ঘাট : পূৰৱী বৰমুদৈ
Rupowali Noir Sonowali Ghat
Author: Mrs. Purobi Bormudoi
Language: Assamese
Publisher: Banalata
Rs. 200
200.00 Read more
Santanukulanandan শান্তনুকুলনন্দন : পূৰৱী বৰমুদৈ (২০০৭ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী) (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Award Winners Assamese Books পুৰস্কাৰপ্ৰাপ্ত অসমীয়া কিতাপ, Banalata Publication, Purabi Bormudoi পূৰবী বৰমুদৈ
শান্তনুকুলনন্দন : পূৰৱী বৰমুদৈ
Santanukulanandan
Published by Sri Pradyut Hazarika
Written by Purabi Bormudoi
LANGUAGE: ASSAMESE
RS: 150 (২০০৭ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী) পূৰবী বৰমুদৈ : শান্তনুকুলনন্দন উপন্যাস