য়েছে দৰজে ঠংচি (ইংৰাজী: Yese Dorje Thongsi) এগৰাকী বিশিষ্ট ঔপন্যসিক আৰু গল্পকাৰ। ’জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল। প্ৰথমাৱস্থাত কবিতা আৰু নাটক ৰচনাতে নিজৰ সৃষ্টিক আবদ্ধ কৰি ৰাখিছিল যদিও পিছলৈ গল্প আৰু উপন্যাসলৈ তেওঁ সাহিত্য কৰ্মৰ প্ৰসাৰণ ঘটায়। তেওঁৰ ভালেমান গল্প ’সংগম’, ’মনোৰঞ্জন’, ’প্ৰান্তিক’, ’গৰীয়সী’ আদি আলোচনীৰ পাতত সিচঁৰিত হৈ আছে। তেওঁ ’মৌন ওঁঠ মুখৰ হৃদয়’ নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰে আৰু ’পাপৰ পুখুৰী’ নামৰ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভাৰ বঁটা লাভ কৰে। কৰ্মজীৱন : ১৯৭৭ চনত অৰুণাচল প্ৰদেশ প্ৰশাসনিক সেৱাত যোগদান কৰি ১৯৯২ চনত ভাৰতীয় প্ৰশাসনিক সেৱালৈ পদোন্নতি লাভ কৰে। ১৯৯৩ চনৰ পৰা টাৱাং, নামনি সোৱণশিৰি, চাংলাং, লোহিত আৰু পূব কামেং জিলাৰ উপায়ুক্ত হিচাপে সেৱা আগবঢ়াই বৰ্তমান তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু পৰিকল্পনা আদি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখযোগ্য বঁটা : সাহিত্য অকাডেমি বঁটা, ২০০৫ ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰ অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা
BISHAKANYAR DESHOT বিষকন্যাৰ দেশত : য়েছে দৰজে ঠংচি (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Jyoti Prakashan, Yeshe Dorjee Thongchi য়েছে দৰজে ঠংচি
বিষকন্যাৰ দেশত : য়েছে দৰজে ঠংচি
BISHAKANYAR DESHOT
Author: Yeshe Dorzee Thongchi
Language: Assamese
Publisher: Jyoti Prakashan
Rs: 130
130.00 Read more
Hanhi Aru Sakulor Haihob হাঁহি আৰু চকুলোৰ শৈশৱ : য়েছে দৰজে ঠংচি (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Autobiography আত্মজীৱনী, Banalata Publication, Yeshe Dorjee Thongchi য়েছে দৰজে ঠংচি
হাঁহি আৰু চকুলোৰ শৈশৱ : য়েছে দৰজে ঠংচি Hanhi Aru Sakulor Haihob
Written by Yeshe Dorjee Thongchi
Published by Ananta Hazarika
LANGUAGE: ASSAMESE
Publication: Banalata
RS: 200
Kameng Simantar Sadhu কামেং সীমান্তৰ সাধু : য়েছে দৰজে ঠংচি (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Children Literature সাধুকথা আৰু শিশু সাহিত্য, Jyoti Prakashan, Yeshe Dorjee Thongchi য়েছে দৰজে ঠংচি
কামেং সীমান্তৰ সাধু : য়েছে দৰজে ঠংচি
Kameng Simantar Sadhu
Author: Yeshe Dorjee
Language: Assamese
Publisher: Jyoti Prakashan
Rs: 20
20.00 Add to cart
Mishing মিছিং : য়েছে দৰজে ঠংচি Author: Yeshe Dorjee Thongchi (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Banalata Publication, Yeshe Dorjee Thongchi য়েছে দৰজে ঠংচি
মিছিং : য়েছে দৰজে ঠংচি Mishing Author: Yeshe Dorjee Thongchi Language: Assamese Publisher: Banalata Rs: 80 3rd Edition: December, 2014. ISBN: 978-81-7339-433-1
MOI AKO JANAM LOM 1 (BEFORE BIRTH) মই আকৌ জনম ল’ম 1 : য়েছে দৰজে ঠংচি (BANALATA)
মই আকৌ জনম ল'ম 1 : য়েছে দৰজে ঠংচি
MOI AKO JANAM LOM 1 (BEFORE BIRTH)
Author: Yeshe Dorjee Thongchi
Language: Assamese
Published: Banalata
Regular Price Rs. 70 Sale Price Rs. 63
MOI AKO JANAM LOM 2 (Second Part After Brith) মই আকৌ জনম ল’ম 2 : য়েছে দৰজে ঠংচি (BANALATA)
মই আকৌ জনম ল'ম 2 : য়েছে দৰজে ঠংচি
MOI AKO JANAM LOM (Second Part after Brith) Author: Yeshe Dorjee Thongchi LANGUAGE: ASSAMESE Publication: BANALATA Regular Price Rs. 400 Sale Price Rs. 360
Mouna Ounth Mukhar Hriday মৌন ওঁঠ মুখৰ হৃদয় : য়েছে দৰজে ঠংচি (২০০৫ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী) (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Award Winners Assamese Books পুৰস্কাৰপ্ৰাপ্ত অসমীয়া কিতাপ, Banalata Publication, Yeshe Dorjee Thongchi য়েছে দৰজে ঠংচি
মৌন ওঁঠ মুখৰ হৃদয় : য়েছে দৰজে ঠংচি
Mouna Ounth Mukhar Hriday
Author: Yeshe Dorjee Thongchi
Language: Assamese
Publisher: Banalata Regular Price Rs. 120 Sale Price Rs. 108 (২০০৫ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী) য়েছে দৰজে ঠংচি মৌন ওঁঠ মুখৰ হৃদয় উপন্যাস
Papor Pukhuri পাপৰ পুখুৰী : য়েছে দৰজে ঠংচি (JOURNAL EMPORIUM)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Journal Emporium, Yeshe Dorjee Thongchi য়েছে দৰজে ঠংচি
পাপৰ পুখুৰী : য়েছে দৰজে ঠংচি Papor Pukhuri
Author: Dorjee Thongchi
Published by Surendra Chandra Baishya
LANGUAGE: ASSAMESE
Publication: Journal Emporium
RS: 70
70.00 Read more
Saba Kota Manuah Author: Yeshe Dorjee Thongchi শৱ কটা মানুহ : য়েছে দৰজে ঠংচি (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Banalata Publication, Yeshe Dorjee Thongchi য়েছে দৰজে ঠংচি
শৱ কটা মানুহ : য়েছে দৰজে ঠংচি Saba Kota Manuah Author: Yeshe Dorjee Thongchi Language: Assamese Publisher: Banalata Rs: 180 ISBN: 81-7339-407-5
Sainikar Priya Senapati Ek Atmajibani সৈনিকৰ প্ৰিয় সেনাপতি এক আত্মজীৱনী : জেনেৰেল জে জে সিং : অনুবাদ : য়েছে দৰজে ঠংচি (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Autobiography আত্মজীৱনী, Banalata Publication, Yeshe Dorjee Thongchi য়েছে দৰজে ঠংচি
সৈনিকৰ প্ৰিয় সেনাপতি এক আত্মজীৱনী : জেনেৰেল জে জে সিং : অনুবাদ : য়েছে দৰজে ঠংচি
Sainikar Priya Senapati Ek Atmajibani
Written by General J.J. Sing and Translated in Assamese by Yeshe Dorjee Thongchi
Published by Ananta Hazarika
LANGUAGE: ASSAMESE
Publication: Banalata
Rs: 400
Sonam চনম : য়েছে দৰজে ঠংচি (JOURNAL EMPORIUM)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Journal Emporium, Yeshe Dorjee Thongchi য়েছে দৰজে ঠংচি
চনম : য়েছে দৰজে ঠংচি Sonam
Author: Yeshe Dorjee Thongchi
Published by Surendra Chandra Baishya
LANGUAGE: ASSAMESE
Publication: Journal Emporium
RS: 80
80.00 Add to cart