মামণি ৰয়ছম গোস্বামী (ইংৰাজী: Mamoni Raisom Goswami, জন্ম:১৯৪১- মৃত্যু:২০১১) হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড° গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল। গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড° গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি । তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৯ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।
ADHA LEKHA DASTABEJ আধালেখা দস্তাবেজ : মামণি ৰয়ছম গোস্বামী (CHANDRA PRAKASH)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Chandra Prakash, Mamoni Raisom Goswami মামণি ৰয়ছম গোস্বামী
আধালেখা দস্তাবেজ : মামণি ৰয়ছম গোস্বামী
ADHA LEKHA DASTABEJ
AUTHOR: MAMONI RAISOM GOSWAMI
LANGUAGE: ASSAMESE
PUBLISHER: CHANDRA PRAKASH
Regular Price Rs. 220 Sale Price Rs. 198
Ahiran অহিৰণ : মামণি ৰয়ছম গোস্বামী (CHANDRA PRAKASH)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Chandra Prakash, Mamoni Raisom Goswami মামণি ৰয়ছম গোস্বামী
অহিৰণ : মামণি ৰয়ছম গোস্বামী
Ahiran
Written by Mamoni Raisom Goswami
Published by Rajendra Mohan Sarma & Dr. Rabindra Mohan Sarma
LANGUAGE: ASSAMESE
Publication: Chandra Prakash
RS: 100
Apsara Griho
Apsara Griho Author : Dr. Mamoni Raisom Goswami Published by Student's Store, Assam. Rs. 80
80.00 Read more
Apshara Griha অপ্সৰা গৃহ : মামণি ৰয়ছম গোস্বামী (CHANDRA PRAKASH)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Chandra Prakash, Mamoni Raisom Goswami মামণি ৰয়ছম গোস্বামী
অপ্সৰা গৃহ : মামণি ৰয়ছম গোস্বামী
Apshara Griha
Author: Mamoni Raisom Goswami
LANGUAGE: ASSAMESE
Publication: Chandra Prakash
RS: 160
CHINAKI MOROM চিনাকি মৰম : মামণি ৰয়ছম গোস্বামী (STUDENTS’ STORE)
চিনাকি মৰম : মামণি ৰয়ছম গোস্বামী (সুদীৰ্ঘ ৫৭ বছৰৰ পিছত প্ৰকাশিত লেখিকাৰ আগবয়সৰ গল্প-সংকলন) WRITTEN BY: Mamoni Raisom Goswami PUBLICATION: STUDENT'S STORE LANGUAGE: ASSAMESE RS. 90 1ST PUBLISHED: 1962 REPUBLISHED:2019 ISBN: 978-93-88458-40-5
DATAL HATIR UYE KHOWA HAODA দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা : মামণি ৰয়ছম গোস্বামী (CHANDRA PRAKASH)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Chandra Prakash, Mamoni Raisom Goswami মামণি ৰয়ছম গোস্বামী
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা : মামণি ৰয়ছম গোস্বামী
DATAL HATIR UYE KHOWA HAODA
AUTHOR: MAMONI RAISOM GOSWAMI
LANGUAGE: ASSAMESE
PUBLISHER: CHANDRA PRAKASH
RS: 260
Dosta Bejor Natun Pristha দস্তাবেজৰ নতুন পৃষ্ঠা : মামণি ৰয়ছম গোস্বামী (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Jyoti Prakashan, Mamoni Raisom Goswami মামণি ৰয়ছম গোস্বামী
দস্তাবেজৰ নতুন পৃষ্ঠা : মামণি ৰয়ছম গোস্বামী Dosta Bejor Natun Pristha Author: Mamoni Raisom Goswami Language: Assamese Publisher: Jyoti Prakashan Rs: 130
130.00 Read more
HRIDAY EK NADIR NAM হৃদয় এক নদীৰ নাম : মামণি ৰয়ছম গোস্বামী (CHANDRA PRAKASH)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Chandra Prakash, Mamoni Raisom Goswami মামণি ৰয়ছম গোস্বামী
হৃদয় এক নদীৰ নাম : মামণি ৰয়ছম গোস্বামী
HRIDAY EK NADIR NAM
AUTHOR: MAMONI RAISOM GOSWAMI
LANGUAGE: ASSAMESE
PUBLISHER: CHANDRA PRAKASH
RS: 100
KOINA কইনা : মামণি ৰয়ছম গোস্বামী (সুদীৰ্ঘ ৫৭ বছৰৰ পিছত প্ৰকাশিত লেখিকাৰ আগবয়সৰ গল্প-সংকলন) (STUDENTS’ STORE)
কইনা (সুদীৰ্ঘ ৫৭ বছৰৰ পিছত প্ৰকাশিত লেখিকাৰ আগবয়সৰ গল্প-সংকলন) মামণি ৰয়ছম গোস্বামী প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্ Language: Assamese Regular Price Rs. 100 Sale Price Rs. 90 ISBN: 978-93-88458-39-9 SKU: 2901
MAMARE DHARA TAROWAL ARU DUKHAN UPANYAS মামৰে ধৰা তৰোৱাল : ২০০০ চনৰ জ্ঞানপীঠ বঁটা বিজয়িনী : মামণি ৰয়ছম গোস্বামীৰ শ্ৰেষ্ঠ উপন্যাস (১৯৮২ চনৰ সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত) (CHANDRA PRAKASH)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Award Winners Assamese Books পুৰস্কাৰপ্ৰাপ্ত অসমীয়া কিতাপ, Chandra Prakash, Mamoni Raisom Goswami মামণি ৰয়ছম গোস্বামী
মামৰে ধৰা তৰোৱাল : ২০০০ চনৰ জ্ঞানপীঠ বঁটা বিজয়িনী : মামণি ৰয়ছম গোস্বামীৰ শ্ৰেষ্ঠ উপন্যাস
MAMARE DHARA TAROWAL ARU DUKHAN UPANYAS
AUTHOR: MAMONI RAISOM GOSWAMI
LANGUAGE: ASSAMESE
PUBLISHER: CHANDRA PRAKASH
RS: 250 (১৯৮২ চনৰ সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত) মামণি ৰয়ছম গোস্বামী (ইন্দিৰা গোস্বামী) মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস উপন্যাস
MAMONI RAISOM GOSWAMIR UPANYAS SAMAGRA মামণি ৰয়ছম গোস্বামীৰ উপন্যাস-সমগ্ৰ (STUDENTS’ STORE)
মামণি ৰয়ছম গোস্বামীৰ উপন্যাস-সমগ্ৰ ( আধা লেখা দস্তাবেজ আৰু অন্যান্য) ষ্টুডেণ্টচ্ ষ্ট'ৰচ্ ISBN : 81-7665-094-3 Rs : 495
MAMONI ROISOM GOSWAMIR RACHANA SAMAGRA মামণি ৰয়ছম গোস্বামীৰ ৰচনা সমগ্ৰ সম্পাদনা : হেমন্ত কুমাৰ ভৰালী (BANALATA)
মামণি ৰয়ছম গোস্বামীৰ ৰচনা সমগ্ৰ সম্পাদনা : হেমন্ত কুমাৰ ভৰালী BOOK NAME: MAMONI ROISOM GOSWAMIR RACHANA SAMAGRA COLLECTION OF : DR. MAMONI ROISOM GOSWAMI EDITED BY : HEMANTA KUMAR BHARALI PUBLISHED BY : ANANTA HAZARIKA PUBLICATION : BANALATA LANGUAGE: ASSAMESE RS. 450
Mamoni Roisom Goswamir Rachana Sambhar Volume – 1 মামণি ৰয়ছম গোস্বামী সাহিত্য সম্ভাৰ ( প্ৰথম খণ্ড ) সম্পাদনা : হেমন্ত কুমাৰ ভৰালী প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
মামণি ৰয়ছম গোস্বামী সাহিত্য সম্ভাৰ ( প্ৰথম খণ্ড )
সম্পাদনা : হেমন্ত কুমাৰ ভৰালী
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : 2014
Regular Price Rs. 550 Sale Price Rs. 495
Mamoni Roisom Goswamir Rachana Sambhar Volume – 2 মামণি ৰয়ছম গোস্বামী সাহিত্য সম্ভাৰ ( দ্বিতীয় খণ্ড ) সম্পাদনা : হেমন্ত কুমাৰ ভৰালী প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
মামণি ৰয়ছম গোস্বামী সাহিত্য সম্ভাৰ ( দ্বিতীয় খণ্ড )
সম্পাদনা : হেমন্ত কুমাৰ ভৰালী
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : 2014
Regular Price Rs. 550 Sale Price Rs. 495
Mamoni Roisom Goswamir Rachana Sambhar Volume – 3 মামণি ৰয়ছম গোস্বামী সাহিত্য সম্ভাৰ ( তৃতীয় খণ্ড ) সম্পাদনা : হেমন্ত কুমাৰ ভৰালী প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
মামণি ৰয়ছম গোস্বামী সাহিত্য সম্ভাৰ ( তৃতীয় খণ্ড )
সম্পাদনা : হেমন্ত কুমাৰ ভৰালী
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : 2014
Regular Price Rs. 550 Sale Price Rs. 495
Mamoni Roisom Goswamir Rachana Sambhar Volume – 4 মামণি ৰয়ছম গোস্বামী সাহিত্য সম্ভাৰ ( চতুৰ্থ খণ্ড ) সম্পাদনা : হেমন্ত কুমাৰ ভৰালী প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
মামণি ৰয়ছম গোস্বামী সাহিত্য সম্ভাৰ ( চতুৰ্থ খণ্ড )
সম্পাদনা : হেমন্ত কুমাৰ ভৰালী
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : 2014
Regular Price Rs. 550 Sale Price Rs. 495
MAMONI ROISOM GOSWAMIR UPANYAS SAMAGRA VOLUME-I মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ সম্পাদনা : হেমন্ত কুমাৰ ভৰালী (BANALATA)
মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ সম্পাদনা : হেমন্ত কুমাৰ ভৰালী BOOK NAME: MAMONI ROISOM GOSWAMIR UPANYAS SAMAGRA VOLUME-I WRITTEN BY : MAMONI ROISOM GOSWAMI EDITED BY : HEMANTA KUMAR BHARALI PUBLISHED BY : ANANTA HAZARIKA PUBLICATION : BANALATA LANGUAGE: ASSAMESE RS. 450
NEELAKANTHI BRAJA নীলকণ্ঠী ব্ৰজ : মামণি ৰয়ছম গোস্বামী (CHANDRA PRAKASH)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Chandra Prakash, Mamoni Raisom Goswami মামণি ৰয়ছম গোস্বামী
নীলকণ্ঠী ব্ৰজ : মামণি ৰয়ছম গোস্বামী
NEELAKANTHI BRAJA
AUTHOR: MAMONI RAISOM GOSWAMI
LANGUAGE: ASSAMESE
PUBLISHER: CHANDRA PRAKASH
RS: 130
RAMAYAN : GANGAR PORA BRAHMAPUTRALOI ৰামায়ণ: গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ ড° ইন্দিৰা গোস্বামী (মামণি ৰয়ছম গোস্বামী) অনুবাদ : পাৰ্থপ্ৰতিম হাজৰিকা (২০১৮ চনৰ অসমীয়া ভাষালৈ অনুবাদ কৰা গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি অনুবাদ সাহিত্যিৰ বঁটা বিজয়ী)
Award Winners Assamese Books পুৰস্কাৰপ্ৰাপ্ত অসমীয়া কিতাপ, Mamoni Raisom Goswami মামণি ৰয়ছম গোস্বামী, Parthapratim Hazarika পাৰ্থপ্ৰতিম হাজৰিকা, Purbayon Publication
ৰামায়ণ : গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ
ড° ইন্দিৰা গোস্বামী (মামণি ৰয়ছম গোস্বামী)
অনুবাদ : পাৰ্থপ্ৰতিম হাজৰিকা BOOK NAME: RAMAYAN: GANGAR PORA BRAHMAPUTRALOI TRANSLATED BY: PARTHA PRATIM HAZARIKA PUBLISHED BY: SABITA SARMA PUBLICATION: SOUTH-EAST ASIA RAMAYAN RESEARCH CENTRE, GUWAHATI LANGUAGE: ASSAMESE Rs. 600
SINNAMASTAR MANUHTO ছিন্নমস্তাৰ মানুহটো : মামণি ৰয়ছম গোস্বামী (CHANDRA PRAKASH)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Chandra Prakash, Mamoni Raisom Goswami মামণি ৰয়ছম গোস্বামী
ছিন্নমস্তাৰ মানুহটো : মামণি ৰয়ছম গোস্বামী SINNAMASTAR MANUHTO AUTHOR: MAMONI RAISOM GOSWAMI LANGUAGE: ASSAMESE PUBLISHER: CHANDRA PRAKASH RS: 160