ড° ৰীতা চৌধুৰী (জন্ম:১৭ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা। বৰ্তমান এওঁ নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত নিযুক্ত হৈ আছে। তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত সম্প্ৰতি কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। অসম আন্দোলনৰ সময়ছোৱাত তেখেত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত আছিল। আন্দোলনৰ কাৰ্য-কলাপৰ বাবে তেখেতে গুৱাহাটীত দুবাৰ আৰু ডিব্ৰুগড়ত তিনিবাৰ কাৰাবাস খাটিছিল। সাহিত্যকৃতি : চৌধুৰীৰ জীৱনৰ প্ৰথমখন উপন্যাস আছিল ১৯৮১ চনত লিখা "অবিৰত যাত্ৰা"। ইয়াৰ বাবে তেখেত অসম সাহিত্য সভাই আয়োজন কৰা উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে। অসম আন্দোলনৰ সময়ত আত্মগোপন কৰি থকা অৱস্থাত তেখেতে এই উপন্যাসখন লিখি উলিয়াইছিল। ২০০১-২০০২ বৰ্ষত তেখেত "আধাৰশিলা"ৰ সম্পাদকো আছিল। ২০০৫ চনৰ "দেও লাংখুইৰ পিছত চৌধুৰীৰ ২০১০ চনত প্ৰকাশিত উপন্যাস "মাকামে" বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা বন্দী কৰি ৰাজস্থানলৈ লৈ যোৱা ১৫০০ জন চীনা-ভাৰতীয় লোকৰ দুখ-দুৰ্দশাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। ইতিমধ্যে ইয়াৰ আধাৰত চলচ্চিত্ৰৰ পৰিকল্পনাও কৰা হৈছে।
Abirata Jatra অবিৰত যাত্ৰা : ৰীতা চৌধুৰী (JYOTI PRAKASHAN)
অবিৰত যাত্ৰা : ৰীতা চৌধুৰী
Abirata Jatra
Author: Dr. Rita Choudhury
Language: Assamese
Publisher: Jyoti Prakashan Regular Price Rs. 150 Sale Price Rs. 135
Bivaranta Bastav বিভ্ৰান্ত বাস্তৱ : ৰীতা চৌধুৰী
বিভ্ৰান্ত বাস্তৱ : ৰীতা চৌধুৰী Bivaranta Bastav
written by Sahitya Academy Awardee Rita Chowdhury
Published by the Pangea House
LANGUAGE: ASSAMESE
RS: 200
200.00 Read more
Ei Samay Sei Samay এই সময় সেই সময় : ৰীতা চৌধুৰী (JYOTI PRAKASHAN)
এই সময় সেই সময় : ৰীতা চৌধুৰী
Ei Samay Sei Samay
written by Rita Choudhury
Published by Nagen Sarmah
LANGUAGE: ASSAMESE
Publication: Jyoti Prakashan
RS: 350
Hriday Nirupay হৃদয় নিৰুপায় : ৰীতা চৌধুৰী (JYOTI PRAKASHAN)
হৃদয় নিৰুপায় : ৰীতা চৌধুৰী
Hriday Nirupay
Author: Rita Choudhury
Language: Assamese
Publisher: Jyoti Prakashan
Rs: 90
JALA PADMA জল-পদ্ম : ৰীতা চৌধুৰী (JYOTI PRAKASHAN)
জল-পদ্ম : ৰীতা চৌধুৰী
JALA PADMA AUTHOR: RITA CHOUDHURY LANGUAGE: ASSAMESE PUBLISHER: JYOTI PRAKASHAN RS: 80
MAHAJIVANAR ADHARSHILA Written by Rita Choudhury মহাজীৱনৰ আধাৰশিলা : ৰীতা চৌধুৰী (JYOTI PRAKASHAN)
মহাজীৱনৰ আধাৰশিলা : ৰীতা চৌধুৰী MAHAJIVANAR ADHARSHILA Written by Rita Choudhury LANGUAGE: ASSAMESE Published by Smit. Ila Sarmah Publication: Jyoti Prakashan RS: 100 5TH EDITION: APRIL, 2014. ISBN: 978-81-920061-6-1
MAKAM মাকাম : ৰীতা চৌধুৰী Regular Price Rs. 400 Sale Price Rs. 360 (JYOTI PRAKASHAN)
মাকাম : ৰীতা চৌধুৰী
MAKAM
AUTHOR: RITA CHOUDHURY
LANGUAGE: ASSAMESE
PUBLISHER: JYOTI PRAKSHAN
Regular Price Rs. 400 Sale Price Rs. 360
Mare Asom Jiye Kon by Rita Chowdhury মৰে অসম জীয়ে কোন… ৰীতা চৌধুৰী প্ৰকাশক : জ্যোতি প্ৰকাশন
মৰে অসম জীয়ে কোন...
ৰীতা চৌধুৰী
প্ৰকাশক : জ্যোতি প্ৰকাশন
প্ৰথম প্ৰকাশ : 2021
মূল্য : 300
Regular Price Rs. 300 Sale Price Rs. 270
MAYABRITTA মায়াবৃত্ত : ৰীতা চৌধুৰী Regular Price Rs. 400 Sale Price Rs. 360 (JYOTI PRAKASHAN)
মায়াবৃত্ত : ৰীতা চৌধুৰী
MAYABRITTA
Author: Dr. Rita Choudury
Language: Assamese
Publisher: Jyoti Prakashan Regular Price Rs. 400 Sale Price Rs. 360
Nayana Tarali Sujata নয়না তৰালী সুজাতা : ৰীতা চৌধুৰী (JYOTI PRAKASHAN)
নয়না তৰালী সুজাতা : ৰীতা চৌধুৰী
Nayana Tarali Sujata
Written by Smt. Rita Choudhury
Published by Sri Nagen Sarmah
LANGUAGE: ASSAMESE
Publication: Jyoti Prakashan
RS: 120
Popiya Tarar Sadhu পপীয়া তৰাৰ সাধু : ৰীতা চৌধুৰী (JYOTI PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Children Literature সাধুকথা আৰু শিশু সাহিত্য, Jyoti Prakashan, Rita Chowdhury ৰীতা চৌধুৰী
পপীয়া তৰাৰ সাধু : ৰীতা চৌধুৰী
Popiya Tarar Sadhu
Author: Rita Chowdhury
Language: Assamese
Publisher: Jyoti Prakashan
Rs: 240