শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম:১৪৪৯ - মৃত্যু:১৫৬৮) একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়। শ্ৰীশ্ৰীশঙ্কৰদেৱ এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল। ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিছিল। ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল বীৰ্য্যৰ পৰিচয় দিছিল। প্ৰথম অ-ফলা আৰু ক-ফলা শিকিয়েই আ-কাৰ আৰু ই-কাৰ নোহোৱাকৈ ভাবগধুৰ কবিতা এটা লিখি তেওঁৰ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ। তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ত তেওঁ নিজেও ভাও লৈছিল। সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নিচ ধনী-দুখীয়াৰ প্ৰভেদ নাছিল৷ অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুস্থান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল।
JUGANAYAK SRIMANTA SANKARDEVA যুগনায়ক শ্ৰীমন্ত শংকৰদেৱ : দীপক হাজৰিকা (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Banalata Publication, Mahapurush Srimanta Sankard মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
যুগনায়ক শ্ৰীমন্ত শংকৰদেৱ : দীপক হাজৰিকাJUGANAYAK SRIMANTA SANKARDEVA
Author: Dipak Hazarika
Language: Assamese
Publisher: Banalata
Rs: 110
Kirtana-Ghosha কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ সম্পাদক : মহেশ্বৰ নেওগ প্ৰকাশক : লয়াৰ্ছ বুক ষ্টল
LBS Publications, Mahapurush Sri Sri Madavdeb মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, Mahapurush Srimanta Sankard মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা
মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ
সম্পাদক : মহেশ্বৰ নেওগ
প্ৰকাশক : লয়াৰ্ছ বুক ষ্টল
প্ৰথম প্ৰকাশ : 1962
পুনৰ মুদ্ৰণ : 2020
Regular Price Rs. 190 Sale Price Rs. 180
Kirttana-Ghosha Aru Naam-Ghosha কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা : মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Banalata Publication, Mahapurush Sri Sri Madavdeb মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, Mahapurush Srimanta Sankard মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা : মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত Kirttana-Ghosha Aru Naam-GhoshaWritten by the Vaishnava reformer, Sankardeva, 16th century A.D. with two chapters by Ratnakar Kandali and Sridhar Kandali
Published by Sri PRADYUT HAZARIKA
LANGUAGE: ASSAMESE
RS: 200
MAHAPURASHA SRIMANTA SANKAR DEVA মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ড° নবীন চন্দ্ৰ শৰ্মা (BANALATA)
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ড° নবীন চন্দ্ৰ শৰ্মা
MAHAPURASHA SRIMANTA SANKAR DEVA
Author: Prof. Nabin Chandra Sarma
Language: Assamese
Publisher: Banalata
Rs: 330
SANKARDEV-MADHABDEVAR JIBON JYOTI শংকৰদেৱ-মাধৱদেৱৰ জীৱনজ্যোতি : যোগেন্দ্ৰ নাথ দত্ত (REKHA PRAKASHAN)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Mahapurush Sri Sri Madavdeb মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, Mahapurush Srimanta Sankard মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, Rekha Prakashan
শংকৰদেৱ-মাধৱদেৱৰ জীৱনজ্যোতি : যোগেন্দ্ৰ নাথ দত্ত
SANKARDEV-MADHABDEVAR JIBON JYOTI
AUTHOR: JOGENDRA NATH DUTTA
LANGUAGE: ASSAMESE
PUBLISHER: REKHA PRAKASHAN
RS: 180
SRIMANTA SANKARADEVA : Vaishnava Saint of Assam শ্ৰীমন্ত শঙ্কৰদেৱ Dr. Bimal Phukan (LBS PUBLICATIONS-লয়াৰ্ছ বুক ষ্টল)
শ্ৰীমন্ত শঙ্কৰদেৱ SRIMANTA SANKARADEVA : Vaishnava Saint of AssamDr.Bimal PhukanLANGUAGE : ASSAMESEPublication : LBS PUBLICATION RS : 480
Yugapurus Shrimant Sankardev or Mahakavi Surdaas By – Dr Manika Saikia LANGUAGE: HINDI (OTHERS)
Yugapurus
Shrimant Sankardev or Mahakavi Surdaas
By - Dr Manika Saikia
LANGUAGE: HINDI
Published by : Samdarshi Prakashan ( Others )
1st Edition : 2019
Regular Price Rs. 175 Sale Price Rs. 157
সপ্তকাণ্ড ৰামায়ণ : ড° সুনীল কুমাৰ গোস্বামীৰ পাতনি সম্বলিত (JYOTI PRAKASHAN)
Jyoti Prakashan, Mahapurush Sri Sri Madavdeb মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, Mahapurush Srimanta Sankard মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
সপ্তকাণ্ড ৰামায়ণঅপ্ৰমাদী কবি মাধৱ কন্দলি আৰু মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ-মাধৱদেৱ বিৰচিত ড° সুনীল কুমাৰ গোস্বামীৰ পাতনি সম্বলিত জ্যোতি প্ৰকাশন Rs : 350 প্ৰথম প্ৰকাশ : ২০১৮ চন