Tejimalar Makar Sadhu তেজীমলাৰ মাকৰ সাধু : মৃদুল শৰ্মা

আঁক-বাক উপন্যাস বঁটা ২০১০-১১ বৰ্ষৰ শ্ৰেষ্ঠ উপন্যাস

Published by G C Nath
Assamese by Mridul Sarma
LANGUAGE: ASSAMESE
Publication: Aank-Baak
A Novel in Assamese by Mridul Sarma,Published by G C Nath on behalf of Aank-Baak.

২০১০-১১ বৰ্ষৰ “আঁক-বাক উপন্যাস বঁটা” লাভ কৰিছিল মৃদুল শৰ্মাৰ “তেজীমলাৰ মাকৰ সাধু” শীৰ্ষক উপন্যাসখনে।
এশ বছৰৰো অধিক কাল অসমীয়া মানুহৰ মননক আলোড়িত কৰি ৰখা “তেজীমলা”ক অৱলম্বন কৰি মৃদুল শৰ্মাই সেই সাধু সাধু লগা, বৰ্তমানে অপ্ৰচলিত হৈ পৰা পুৰণি শব্দমালাৰে “তেজীমলাৰ মাকৰ সাধু” লিখিছে। কিছুমান পুৰণি ধ্যান-ধাৰণাৰ বিপৰীত মেৰুত অৱস্থান কৰি লেখক শৰ্মাই নতুন মানৱীয় আৱেদনপূৰ্ণ বৃত্তান্তৰে গোটেই উপন্যাসখনকে এটা অন্য পৰ্যায়লৈ লৈ গৈছে।

The Title of the “draw novel award” of Mrinal Sharma was awarded the title of the 2010-11th year.
This story of the story which has been motivated by the “Telugu” for more than a hundred years, she wrote the story of the Assamese people for more than a hundred years, with the old words of old words from the old words. Following the opposite of some old meditation, writer sharma has taken the whole foundation with new human emotions to another level.

Tejimalar Makar Sadhu তেজীমলাৰ...

 254.00

In stock

or
error: Content is protected !!