পোতাপিটনি

মৃদুল শৰ্মা

BOOK NAME: POTAPITANI

WRITTEN BY: MRIDUL SARMA

PUBLISHED BY: SAUMITRA JOGEE

PUBLICATION: AANK-BAAK

LANGUAGE: ASSAMESE

“তেজীমলাৰ মাকৰ সাধু”ৰ বাবে “আঁক-বাক উপন্যাস বঁটা” লাভ কৰা মৃদুল শৰ্মাৰ দ্বিতীয়খন উপন্যাস “পোতাপিটনি”। এই উপন্যাসখনৰ বিষয়বস্তু অসমীয়া সাহিত্যত এক বিশেষ ব্যতিক্ৰম।
কোনো অজ্ঞাত কুলশীল ব্যক্তিৰ দূৰদৰ্শী চিন্তা আৰু মহত্ত্বম ভাবনাৰ ফলত এদিন এখন কলেজ স্থাপন হয়। প্ৰতিষ্ঠা হয় শিক্ষিত মানুহ গঢ়াৰ সপোন। বহু মানুহৰ শ্ৰম আৰু ত্যাগৰ ভেটিত গঢ় লৈ উঠা এই কলেজ এদিন বাহ্যিক চাকচিক্যৰে জলমলাই উঠে।
কিন্তু সেই চাকচিক্যৰ মাজত চলেনে উচ্চ শিক্ষা আৰু মহত্ত্বম সভ্যতাৰ আখৰা?
নে সেই চাকচিক্যৰ মাজত চলি থাকে এখন বেলেগ দুনীয়া?
(বহু সংখ্যক পঢ়ুৱৈৰ অভিমত যে এই উপন্যাসখন কলেজ-বিশ্ববিদ্যালয়ৰ প্ৰতিজন অধ্যাপকেই পঢ়া উচিত।)

The second novel of Mridul Sharma, the second novel of Mridul Sharma, who received the ” draw ” Novel Award for ” Tējīmalāra The contents of this theorem are a special exception in Assamese literature.
A college is established in a day due to the visionary thoughts and greatness of an unknown person. The dream of making an educated man. This college, which is being built in the labor of many people’s labor and sacrifice, one day, the external policy is covered.
But is the character of higher education and greatness civilization?
Or is there a different point in that difference?
(a lot of study is said that this vice should be read every chapter of the college-University). )

POTAPITANI পোতাপিটনি : মৃদুল শ...

 176.00

In stock

or
error: Content is protected !!