লুপ্তকথা

মৃদুল শৰ্মা

BOOK NAME: LUPTAKATHA

WRITTEN BY: MRIDUL SARMA

PUBLISHED BY: SAUMITRA JOGEE

PUBLICATION: AANK-BAAK

LANGUAGE: ASSAMESE

মৃদুল শৰ্মাৰ শেহতীয়া উপন্যাস “লুপ্তকথা”। ২০১৪ৰ ডিচেম্বৰত প্ৰকাশিত।
ভাৰতীয় কাব্য সাহিত্যক যুগ যুগ ধৰি উজ্জীৱিত আৰু আলোড়িত কৰি ৰখা মহাকবি কালিদাসৰ জীৱন এই উপন্যাসৰ মূল কথা। বৃত্তান্ত আগবঢ়াই নিওঁতে লেখকগৰাকীয়ে প্ৰাচীন ভাৰতীয় সাহিত্যৰ কিছু প্ৰৱণতা, যেনে তুচ্ছ বাস্তৱিক ঘটনাৱলীত আৰোপ কৰা অলৌকিকত্ব বা অতিমানৱিকত্ব আদি দিশক এক কথাত নাকচ কৰি বাস্তৱতাক প্ৰতিষ্ঠাৰ প্ৰয়াস কৰিছে। উপন্যাসখনত ব্যৱহৃত ভাষাও বিশেষভাৱে মন কৰিবলগীয়া, এই ভাষা লিখাটো প্ৰতিষ্ঠিত নতুন লেখকসকলৰ ভিতৰত কেৱল মৃদুল শৰ্মা আৰু গীতালি বৰাৰ কাৰণেহে সম্ভৱ বুলি ক’লেও অত্যুক্তি কৰা নহয়।

The latest novel of mridul sharma is ” Luptakathā Published on December 2014, 2014
The life of the great poet kālidāsara das, who has kept the Indian literary literary bright and bright for ages. When he performed the work, the author has tried to set up some of the myths of ancient Indian literature, such as miracles or greatness, such as miracles or greatness of nature. The writing of this language is not argued that it is possible for the language of the language, but it is not argued that it is possible only for mridul sharma and clap.

LUPTAKATHA লুপ্তকথা : মৃদুল শৰ...
or
error: Content is protected !!