মন মৰা তৰা – ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি যুৱ বঁটা
– প্ৰকাশ; বসন্ত বিশেষ সংখ্যা,২০২২
গল্প একোটা তেনেকৈয়ে লিখোঁ যেনেদৰে গল্পটোৱে প্ৰথম ক্লিকটো মাৰেহি৷ এই গল্পটোৰ ক্লিকিং পইন্টো আছিল গল্পৰ দৰেই এটা মূহূৰ্ত৷ ভদ্ৰে ছাৰক বহুবছৰ পাছত দেখিছিলোঁ এদিন হঠাৎেই৷
হয়তো আপোনালোকেও লগ পাই যাব পাৰে এনে অনেকজন ভদ্ৰে মাষ্টৰ৷আৰু আপোনালোককো ভদ্ৰে মাষ্টৰে একেটা কথাই ক’ব –
জীৱনতকৈ ডাঙৰ গল্প আৰু একো নাই৷
জিন্তু গীতাৰ্থ Jintu Gitarth
Source Facebook

Mon Mora Tora by Jintu Gitarth...

Original price was: ₹ 200.00.Current price is: ₹ 170.00.

Out of stock

error: Content is protected !!