‘ এটি জোনাকীৰ কথকতা ‘ অসমীয়া সাহিত্যত প্ৰকৃতাৰ্থতেই এক অভিনৱ সংযোজন। প্ৰতিজন সংবেদনশীল পঢ়ুৱৈক অন্য এখন জগতলৈ লৈ যাব পৰা অভিনৱ বিষয়বস্তুৰে সম্বৃদ্ধ এই গ্ৰন্থখন। লেখকৰ জীৱন-চেতনাৰ লগত সংপৃক্ত হৈয়ো গ্ৰন্থখনে pure fiction ৰ ৰূপ পৰিগ্ৰহ কৰিছে। গীতালি বৰাৰ অনন্য কথন-শৈলী, বহিঃজগত আৰু মনোজগতৰ যিকোনো ঘটনাৰ প্ৰতি বাস্তৱ আৰু কল্পনা একাকাৰ কৰি পেলোৱা বিমূৰ্ত আৰু অধিবাস্তৱিক দৃষ্টিভংগী গ্ৰন্থখনৰ মুখ্য আকৰ্ষণ। Monologue শৈলীত লিখা এই উপন্যাসখনৰ বিষয়বস্তুৰ গভীৰ সংবেদনশীলতা, সাৱলীলতা আৰু নতুনত্বই পাঠকক নিশ্চিতভাৱে আকৰ্ষণ কৰিব।

ETI JONAKIR KOTHOKOTA WRITTEN ...

Original price was: ₹ 200.00.Current price is: ₹ 160.00.

Out of stock

error: Content is protected !!