উৰ্মিলাৰ চকুলো : কাঞ্চন বৰুৱা
Urmilar Chakulo
Author: Kanchan Baruah
Language: Assamese
Publisher: Jyoti Prakashan
Urmilar Chakulo
An Assamese novel written by Kanchan Baruah and Published by Ila Sarmah on behalf of Jyoti Prakashan.

Bhubanmohan Baruah was a novelist, short story writer from Assam. He wrote many novels under the pen-name of Kanchan Baruah.

‘… কি বুলি ভাবিছে আমাক? কি বুলি ভাবিছে অসমৰ মানুহখিনিক? নিজৰ ব্যর্থতা ঢাকি ৰাখিবলৈকে, কেঁচুৱাক প্রবোধ দিয়াৰ দৰেই, সুৰক্ষিত দিল্লীৰ মন্ত্রণালয়ৰ আৰামৰ কোমল গাদীত বহি, কথাৰ ফুলজাৰি জ্বলাই প্রবোধ বাণীৰে আমাৰ মুখ বন্ধ কৰিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই। -বিমলদা, জয়ন্তদা, তোমালোকেতো যুদ্ধৰ বহুত খবৰেই ৰাখা, মোক কোৱাচোন, কিহৰ কাৰণে আজি আমাৰ সীমান্তৰ দিশে দিশে ধ্বংসৰ জুই জ্বলাই চীনা দস্যুৰ দল আগুৱাই আহিব পাৰিছে? বিনা বাধাৰে গ্রাস কৰিছেহি সমগ্র সীমান্ত- গ্রাস কৰিব খুজিছেহি আমাৰ এই চহৰখন – পদানত কৰিব খুজিছেহি সমগ্র অসম …?’

Urmilar Chakulo উৰ্মিলাৰ চকুলো...

 127.00

In stock

or
error: Content is protected !!