No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 170.00 ₹ 136.00
প্ৰবল ইচ্ছাশক্তি আৰু আত্মোৎকৰ্ষৰ সাধনা : ড° নিৰ্মলা দেৱী
BOOK NAME: PRABAL ICHHA SHAKTI ARU AATMOTKARSHAR SADHANA
WRITTEN BY: DR. NIRMALA DEVI
PUBLISHED BY: PURBAYON PUBLICATION
PUBLICATION: PURBAYON PUBLICATION
LANGUAGE: ASSAMESE
In stock
মানুহৰ হিত-চিন্তা আৰু মংগলবোধৰ তাড়নাত লিখা এই কিতাপখন অসমীয়া ভাষাত অমূল্য সম্পদ : হোমেন বৰগোহাঞি
ড০ নিৰ্মলা দেৱীৰ
প্ৰবল ইচ্ছাশক্তি আৰু আত্মোৎকৰ্ষৰ সাধনা
দাম : ১৭০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
ড০ নিৰ্মলা দেৱীৰ ‘প্ৰবল ইচ্ছাশক্তি আৰু আত্মোৎকৰ্ষৰ সাধনা’ গ্ৰন্থখন অসমীয়া সাহিত্যৰ এখন অতি ব্যতিক্ৰমী আৰু প্ৰয়োজনীয় গ্ৰন্থ। প্ৰখ্যাত কথশিল্পী হোমেন বৰগোহাঞিয়ে গ্ৰন্থখনৰ বিষয়ে লিখিছে যে, মানুহৰ হিত-চিন্তা আৰু মংগলবোধৰ তাড়নাত লিখা এই কিতাপখন অসমীয়া ভাষাত এক অমূল্য সম্পদ হিচাপে চিহ্নিত হ’ব। বৰগোহাঞিয়ে কৰা এই মন্তব্যই ড০ নিৰ্মলা দেৱীৰ প্ৰবল ইচ্ছাশক্তি আৰু আত্মোৎকৰ্ষৰ সাধনা শীৰ্ষক গ্ৰন্থখনৰ গুৰুত্ব আৰু অসাধাণত্বৰ কথা প্ৰমাণ কৰে। জীৱনৰ মহত্তম লক্ষ্যৰ অন্বেষণ আৰু তাৰ সঠিকতম পথৰ সন্ধানত এই গ্ৰন্থখন হ’ব পাৰে দিগ নিৰ্ণায়কৰ দৰে। জীৱনটোক প্ৰেৰণাদীপ্ত আৰু গতিশীল কৰি ৰখা, তথা অবিচল দৃঢ়তাৰে নিজক উদ্দীপিত কৰাৰ বাবে গ্ৰন্থখনে এগৰাকী দিগদৰ্শী শিক্ষক হিচাপে পঢ়ুৱৈক বাট দেখুৱাব।
প্ৰবল ইচ্ছাশক্তি আৰু আত্মোৎকৰ্ষৰ সাধনা : ড° নিৰ্মলা দেৱী
BOOK NAME: PRABAL ICHHA SHAKTI ARU AATMOTKARSHAR SADHANA
WRITTEN BY: DR. NIRMALA DEVI
PUBLISHED BY: PURBAYON PUBLICATION
PUBLICATION: PURBAYON PUBLICATION
LANGUAGE: ASSAMESE
₹ 110.00 ₹ 88.00
₹ 270.00 ₹ 216.00
© scientiabooks.in an online Book Store in Guwahati, Assam India.