₹ 120.00 ₹ 96.00
মেঘ-ঘোঁৰা : দ্বিজেন কুমাৰ দাস
BOOK NAME: MEGH GHORA
WRITTEN BY: DWIJEN KUMAR DAS
PUBLISHED BY: PURBAYON PUBLICATION
LANGUAGE: ASSAMESE
In stock
২০২০বৰ্ষৰ সাহিত্য অকাদেমি যুৱ বঁটাপ্ৰাপ্ত কাব্যগ্ৰন্থ
দ্বিজেন কুমাৰ দাসৰ
মেঘ-ঘোঁৰা
দাম : ১৫০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ গুৱাহাটী-০১
বিগত দুই দশকৰ অসমীয়া কবিতাৰ কণ্ঠস্বৰ হিচাপে চিহ্নিত হোৱা দ্বিজেন কুমাৰ দাসৰ কবিতাই অসমীয়া নতুন কবিতাক অন্য এক সমৃদ্ধি প্ৰদান কৰিছে। কবিতাক দুৰ্নিবাৰ স্বপ্ন আৰু নতুন দিনৰ এছাটি পোহৰ হিচাপে চিহ্নিত কৰা কবিগৰাকীৰ দ্বিতীয় কাব্য সংকলন ‘মেঘ-ঘোঁৰা’ই লাভ কৰিছিল ২০২০ চনৰ সাহিত্য অকাদেমি যুৱ বঁটা। তেওঁৰ কবিতাৰ সাৰ্থকতা এই স্বীকৃতিয়েও নিৰূপন কৰে। ভিৰৰ মাজতো নীৰৱতা আৰু গ্ৰাম্য সৰলতাত কবিতাৰ অনুশীলন কৰা আৰু কবিতাক শিল্পকৰ্মৰূপে গ্ৰহণ কৰা কবিগৰাকীৰ কবিতাই সকলো শ্ৰেণীৰ কবিতা ৰসিককে অনায়াসে আহ্লাদিত কৰিব পাৰে।
মেঘ-ঘোঁৰা : দ্বিজেন কুমাৰ দাস
BOOK NAME: MEGH GHORA
WRITTEN BY: DWIJEN KUMAR DAS
PUBLISHED BY: PURBAYON PUBLICATION
PUBLICATION: PURBAYON PUBLICATION
LANGUAGE: ASSAMESE
₹ 140.00 ₹ 112.00
₹ 160.00 ₹ 128.00
© scientiabooks.in an online Book Store in Guwahati, Assam India.