“মধুশালা উপন্যাসখনৰ নামটো অতি গুৰুত্বপূৰ্ণ৷ কাৰণ হিন্দী সাহিত্যৰ এজন বিখ্যাত কবিৰ এখন কাব্যগ্ৰন্থৰ নামো ‘মধুশালা’৷ সেই ‘মধুশালা’খনৰ প্ৰত্যেকটো স্তৱক ৰসেৰে ভৰা আৰু হৃদয়স্পৰ্শী৷ সৌমিত্ৰ যোগীৰ ‘মধুশালা’তো মই সেই একে লক্ষণ প্ৰত্যক্ষ কৰিছিলোঁ৷ এই উপন্যাসখনৰো প্ৰতিটো পৃষ্ঠা ইমান ৰসাল, ইটো পৃষ্ঠাৰ পৰা সিটো পৃষ্ঠালৈ অতিশয় আকৰ্ষণ সঞ্চিত হৈ থাকে৷ ইমান পঠনীয় গদ্য অসমীয়াত কিন্তু খুব তাকৰ৷ এটা মন কৰিবলগীয়া কথা, এইখন এখন প্ৰেমৰ উপন্যাসো নহয়; ইয়াৰ বিষয়বস্তু অতিশয় গম্ভীৰ আৰু অতি তাৎপৰ্যপূৰ্ণ৷ আনহাতে নতুন প্ৰজন্মৰ চিন্তা-ভাবনা, ইচ্ছা-অনিচ্ছা, প্ৰেম-দুখ-অস্থিৰতা আদি বিষয়ক লৈ লিখা এনে এখন ৰসগ্ৰাহী উপন্যাস মই অসমীয়া ভাষাত আগতে পঢ়াই নাই৷”
@ নীলিম কুমাৰ

মধুশালা : সৌমিত্ৰ যোগী

BOOK NAME: MADHUSHALA

WRITTEN BY : SAUMITRA JOGEE

PUBLISHED BY : SAUMITRA JOGEE

PUBLICATION : AANK-BAAK

LANGUAGE: ASSAMESE

2ND EDITION : 2018

ISBN: 978-93-82726-80-7

MADHUSHALA BY : SAUMITRA JOGEE...

 212.00

In stock

or
error: Content is protected !!