এই গ্ৰন্থখন বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীসকলৰ এগৰাকী আইজাক নিউটনৰ জীৱন আৰু বিচিত্ৰ কৰ্মৰাজিৰ বিষয়ে এখন বিস্তাৰিত আলোচনা গ্ৰন্থ। লগতে বিশ্বব্ৰহ্মাণ্ডৰ আৰ্হিৰ ক্ৰমবিকাশ, নিউটনৰ বিজ্ঞান বহিৰ্ভূত গৱেষণা আৰু লিখকৰ “প্ৰিন্সিপিয়া” অনুবাদৰ কাহিনীও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে “প্ৰিন্সিপিয়া”ত আলোচনা কৰা তত্ত্বসমূহে মানুহৰ বিজ্ঞান অধ্যয়নৰ সুঁতিকেই সলনি কৰি দিছিল।

ISAAC NEWTON ARU PRINCIPIA WRI...

 180.00

In stock

or