ঘৰ-জেউতি
অসমৰ প্ৰথম মহিলা আলোচনী
শক ১৮৪৯ আহিনৰ পৰা ১৮৫২ আহাৰলৈ
খ্ৰীষ্টাব্দ ১৯২৭ ছেপ্তেম্বৰৰ পৰা ১৯৩১ জুন-জুলাইলৈকে
কনকলতা চলিহা আৰু কমলালয়া কাকতিৰ সম্পাদনাত ঘৰ-জেউতি পোনতে প্ৰকাশ পায়। একত্ৰ সঙ্কলনৰ সম্পাদক ড° অপৰ্ণা মহন্ত।
সঙ্কলন-সম্পাদনা : অপৰ্ণা মহন্ত
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : 2008
Ghar-Jeuti : A collection of the first Assamese women’s monthly literary magazine from 1927 to June-July 1931, edited by Mrs. Kanaklata Chaliha and Mrs. Kamalalaya Kakati, Complied and edited by Dr. Aparna Mahanta
Published by : Publication Board Assam
1st Edition : 2008

z Ghar-Jeuti ঘৰ-জেউতি অসমৰ প্ৰ...

 637.00

Out of stock

error: Content is protected !!