DASYU BHASKAR SERIES
দস্যু ভাস্কৰ চিৰিজ
PUBLICATION: BANALATA
LANGUAGE: ASSAMESE
REGULAR PRICE RS. 4450 SALE PRICE RS. 3800
AVAILABLE IN 8 PARTS FOR ALL 61 PART

দস্যু ভাস্কৰ চিৰিজ অসমীয়া সাহিত্যৰ এক কাল্পনিক চৰিত্ৰ দস্যু ভাস্কৰ আৰু তেখেতৰ কীৰ্তি-কলাপৰ বিৱৰণ থকা থ্ৰীলাৰ উপন্যাসৰ সমষ্টি। এই চৰিত্ৰৰ স্ৰষ্টা আছিল ৰংমন। দস্যু ভাস্কৰ ছিৰিজৰ অধীনত ৰচিত ৬১খন উপন্যাসত দস্যু ভাস্কৰৰ বিভিন্ন অভিযান বৰ্ণনা কৰা হৈছে।