An Assamese novel by Kushumanjali Sarma and Published by Nagen Sarmah,on behalf of M/s. Jyoti Prakashan.

কুসুমাঞ্জলি মিৰদান বিবাৰ
মোৰ দৰে লেমেন এগৰাকীয়ে চিকিৎসা শাস্ত্ৰৰ জটিল বিষয় #আই ভি এফ, #ভেৰোণীয়া মাতৃত্ব, #মাল্টিপলপ্ৰেগনেঞ্চী #ট্ৰিপ্লেট #এমব্ৰায় ডিডাক্চনৰ, তাৰোপৰিও #এচকৰ্টচাৰ্ভিচ /অংগৰক্ষক অৰ্থাৎ #পুৰুষযৌনসংগীৰ নিচিনা এক জটিল বিষয় লৈ উপন্যাস লিখাতো সহজ কথা নাছিল। দু:সাহস আৰু কষ্ট কৰিলোঁ। প্ৰথমবাৰৰ বাবে অসমীয়া উপন্যাসত এই বিষয়সমূহক লৈ সম্পৰীক্ষা কৰা মোৰ উপন্যাস #বিহংগসপোন সন্মানীয় #জ্যোতিপ্ৰকাশনৰ পৰা প্ৰকাশ হৈছে। বেটুপাতৰ শিল্পী #দিগন্তবিজয় ।
FROM: https://www.facebook.com/kusumanjali.devi

BIHANGA SAPON বিহংগ সপোন : কুস...

 126.00

In stock

or
error: Content is protected !!