BOOK NAME: BELIPHOOLOR RANG

বেলিফুলৰ ৰং : শিশু উপন্যাস

আকাশ দীপ্ত ঠাকুৰ

WRITTEN BY: AKASH DIPTA THAKUR

PUBLISHED BY: NITUL NEOG

PUBLICATION: ASSAM BOOK TRUST

LANGUAGE: ASSAMESE

1ST EDITION: MAY, 2020

ISBN: 978-93-89196-19-1

শিশু-আলোচনী ‘মৌচাক’ত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল শিশু-উপন্যাস ‘বেলিফুলৰ ৰং’। ‘বাপু’ নামৰ এটি অগতানুগতিক স্বভাৱৰ শিশুৰ দৈনন্দিন জীৱনত ঘটি থকা কিছুমান ব্যতিক্ৰমী ঘটনাৰে পৰিপূৰ্ণ এই উপন্যাসখনিয়ে শিশু, কিশোৰ-কিশোৰীসকল তথা ‘মৌচাক’ৰ পাঠকসমাজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল। উপন্যাসখনিক আকৰ্ষণীয় ৰূপত সজাই তুলিলে অসম বুক ট্ৰাষ্টে। সুনিপুণ চিত্ৰকৰ দীপজ্যোতি তালুকদাৰৰ পৰশত প্ৰাণ পাই উঠিছে গ্ৰন্থখনিৰ প্ৰচ্ছদ তথা অন্তৰ্ভাগৰ অনেক চিত্ৰ।
বহু প্ৰতীক্ষাৰ অন্তত আজি হাতত পৰিল ‘বেলিফুলৰ ৰং’।

SOURCE: FACEBOOK https://www.facebook.com/akashdipta.thakur

BELIPHOOLOR RANG BY: AKASH DIP...

 85.00

In stock

or