আপোন গাঁৱত নিশাৰ পথিক : অজিত ভৰালী
APUN GAON NIKHAR POKHIT
AUTHOR: AJIT BHARALI
LANGUAGE: ASSAMESE
PUBLISHER: STUDENT STORE
” আপোন গাঁৱত নিশাৰ পথিক ” হ’ল সাম্প্ৰতিক সময়ৰ এগৰাকী জনপ্ৰিয় গদ্যশিল্পী তথা কবি Ajit Bharali ৰ ডিচেম্বৰ ২০১৫ ত প্ৰকাশিত প্ৰৱন্ধ সংকলন ।
প্ৰৱন্ধসমূহৰ বিষয়বস্তু ওপজা গাঁওখনৰ স্মৃতি । কৰ্তব্যৰ তাগিদাত গাঁওখনৰ পৰা আঁতৰি থাকিলেও লেখকে বুকুতে কঢ়িয়াই লৈ ফুৰে আপোন গাঁওখনৰ স্মৃতি । সেয়ে গাঁৱত কটোৱা দিনবোৰৰ স্মৃতি তথা আপোন গাঁওখনৰ বৰ্তমান দেখিবলৈ পোৱা পৰিবৰ্তন সমুহক লেখকে প্ৰৱন্ধসমূহত ক’বলৈ চেষ্টা কৰিছে ।
কিতাপখনৰ ” ঘাই ঘৰৰ ঘাই বাৰী ” , ” কলি আমৰ সোঁৱাদ ” , ” হাঁহৰ গৰাল ” , ” বাৰিষাৰ জুইশলা বাকচ ” ….. আদি প্ৰৱন্ধসমূহত পাঠকে বিচাৰি পাব গাঁৱলীয়া জীৱনৰ সোঁৱাদৰ লগতে পাৰ কৰি অহা দিনবোৰৰ স্মৃতি ।

APUN GAON NIKHAR POTHIK আপোন গ...

 78.00

In stock

or
error: Content is protected !!