Andolita Akash

আন্দোলিত আকাশ

মনালিছা শইকীয়া
Assamese by Monalisha Saikia
Published by Saumitra Jogee
LANGUAGE: ASSAMESE
Publication: Aank-Baak
RS: 200

A Novel in Assamese by Monalisha Saikia,Published by Saumitra Jogee on behalf of Aank-Baak.

এগৰাকী অভিজাত মহিলা। এসময়ত তেওঁ গুৰুতৰভাৱে আক্ৰান্ত হয় স্কিজ’ফ্ৰেনিয়া নামৰ এক জটিল মানসিক ৰোগত। ডিগ্ৰীধাৰী অশিক্ষিত মানুহবোৰেও উচ্চাৰণ কৰিবলৈ লয় পাগলী হোৱা বুলি। ঘৰলৈ নহা পুত্ৰ, বিয়া দিয়া ডাঙৰ ছোৱালী সকলো থাকে আঁতৰত। সুৰাপায়ী গিৰীয়েক ঘৰতে থাকিও নথকাৰ সমান। কেৱল বাকী থাকে পেছাত শিক্ষয়িত্ৰী সৰু ছোৱালী মামণি বৰুৱা। “পাগলী” মাকক কৰা সমাজৰ লাঞ্ছনা-অৱহেলা-অত্যাচাৰত জৰ্জৰিত মামণি এদিন নিজেই হৈ পৰে স্কিজ’ফ্ৰেনিক ৰোগী। ৰোমহৰ্ষক এই মৰ্মান্তিক কাহিনীৰেই মনালিছা শইকীয়াই লিখি উলিয়াইছে “আন্দোলিত আকাশ”।

A classy lady. At this time, they were attacked by a complex mental raōgata of the skija. I am not a man who is the one who is the one who is the one who is the one who is the one who is the one who is the one who is the one The Son of the mother, the son of the daughter, the daughter of the wedding, the girl is in the sky. It is the same as the as. Many many happy returns of the day happy birthday to you. “crazy” is the disgrace of the society, the people of the society will be the one who is the one who is the one who is the one who is the one who is the one who is the one who is the one who is the one who In this sad story, it is written by the ” sky sky

Z Andolita Akash আন্দোলিত আকাশ...

 180.00

Out of stock