No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain) অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হয়। জন্ম : ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়। ৰচনা শৈলী : "পঞ্চাশৰ দশকৰ পৰাই কবিতা, গল্প, উপন্যাস, বিভিন্ন ৰচনা আদিৰে এইজনা সাহিত্যিকে বিভিন্নজনৰ মানসিক পৰিপুষ্টি সাধন কৰি আহিছে।"- ড° নমিতা ডেকা (হোমেন বৰগোহাঞিৰ সন্ধানত)। লেখক হিচাপে বা মানুহ হিচাপে যাৰ আছে এক অগতানুগতিক ব্যক্তিত্ব আৰু এক ব্যতিক্ৰম। আৰু ব্যতিক্ৰমে সদায়েই মন আৰু চকু দুয়োটাকে আকৰ্ষণ কৰে৷ বৰগোহাঞিৰ সাহিত্য-সৃষ্টিৰ কোনো দিশেই গতানুগতিক নহয়, ই নিত্য নতুন। ৰচনাশৈলী, শব্দ-সংযোজনা, বিষয়-বস্তুৰ উপস্থাপনা- এই সকলোবোৰতে প্ৰতীয়মান হৈছে৷ লেখক হিচাপে তেওঁ সফল৷ তেওঁৰ সাহিত্য প্ৰতিভাই অসমৰ প্ৰতিজন সাহিত্যপ্ৰেমীক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছে। "বিভিন্ন নৰক" নামৰ কিতাপ খনৰ কাৰনে চৰকাৰী চাকৰিৰ পৰা তেওঁ অব্যাহতি লবলৈ বাধ্যত পৰে । চাকৰিৰ পৰা ওলাই তেওঁ সাংবাদিক জীৱনৰ লগত সাঙুৰ খাই পৰে৷ তেওঁৰ কলমেদি কেবাখনো আত্মজীৱনীমুলক কিতাপ প্ৰকাশ পাইছে৷ প্ৰতিখন কিতাপতে এক সুকীয়া আমেজ দিবলৈ তেওঁ সক্ষম হৈছে।
In stock
In stock
In stock
In stock
In stock
In stock
In stock
Out of stock
In stock
Out of stock
অসমীয়া গল্প সঙ্কলন ( প্ৰথম খণ্ড )
সম্পাদনা : হোমেন বৰগোহাঞি
অসম প্ৰকাশন পৰিষদ
Asomiya Galpa Sankalan AUTHOR: Homen Bargohain LANGUAGE: ASSAMESE Publication Board AssamIn stock
অসমীয়া গল্প সঙ্কলন ( দ্বিতীয় খণ্ড )
সম্পাদনা : হোমেন বৰগোহাঞি
অসম প্ৰকাশন পৰিষদ
Asomiya Galpa Sankalan (Vol.II) Edited by Homen Borgohain Published by Hemanga Kishore Sharma LANGUAGE: ASSAMESE Publication Board AssamIn stock
In stock
In stock
In stock
In stock
In stock
In stock
In stock
In stock
In stock
In stock
In stock
In stock
© scientiabooks.in an online Book Store in Guwahati, Assam India.