১) অসমৰ পুৰণি নাম কি? উত্তৰঃ কামৰূপ । ২) প্ৰাচীন কামৰূপ চাৰিটা ভাগ কি কি ? উত্তৰঃ ৰত্নপীঠ, 2) কামপীঠ 3) স্ৱৰ্ণপিঠ আৰু 4) সৌমাৰ পিঠ। 3) বিহগী কবি, বুলিলে কোন অসমীয়া কবিক বুজায়? উত্তৰঃ ৰঘুনাথ চৌধীৰীক। 4) অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰঃ হেম সৰস্বতীৰ “প্ৰহ্লাদ চৰিত”।... Continue reading