১) অধিক মাছত বগলী কণাঃ অধিক মাছ দেখিলে বগলী যেনেকৈ কণা হয় ঠিক তেনেদৰে মানুহেও নিজৰ ভালপোৱা বস্তু অধিক দেখে তেতিয়া মানুহো বগলী দৰে কণা হৈ পৰে। ফলত বস্তুটো হাততে পায় হেৰুৱাব লগীয়া হয়। ২) অতি ভক্তি চোৰৰ লক্ষণঃ যি সকল লোক ভিতৰি অসৎ বা চোৰৰ স্বভাৱ হয়, তেওঁ লোকে... Continue reading