১. চুৰ কৰা মহাপাপ । – বুদ্ধদেৱ। ২. সত্যৰ সদায় জয় । – মহাত্মা গান্ধী। ৩. অহিংসা পৰম ধৰ্ম । – মহাত্মা গান্ধী। ৪. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ – লজ। ৫. চৰিত্ৰ মানুহৰ আচল সম্পত্তি। – মাইলচ। ৬. সময় অমূল্য ধন ৷ – বেঞ্জামিন ফ্ৰেঙ্কলিন। ৭. শিক্ষাই মানুহৰ শ্রেষ্ঠ... Continue reading